আহক অতীতৰ দিনলৈ উভতি যাও! সম্প্ৰচাৰিত হ’ব শ্বাহৰুখ খানৰ প্ৰথম ধাৰাবাহিক ‘চাৰ্কাছ’

News18 Assam | News18-Assam
Updated:March 28, 2020, 5:03 PM IST
আহক অতীতৰ দিনলৈ উভতি যাও! সম্প্ৰচাৰিত হ’ব শ্বাহৰুখ খানৰ প্ৰথম ধাৰাবাহিক ‘চাৰ্কাছ’
ল’ক ডাউনৰ সময়ত উভতি যাওক অতীতৰ সময়লৈ

ল’ক ডাউনৰ সময়ত উভতি যাওক অতীতৰ সময়লৈ

  • Share this:
 

ল’ক ডাউনৰ সময়ত এতিয়া সকলো ঘৰতে আবদ্ধ হৈ আছে। ঘৰত কিছুমানৰ হয়তো আমনিও লাগিছে। অতীতক মনত পেলাবলৈ এতিয়া সম্প্ৰচাৰিত হৈছে ইখনৰ পিছত সিখন পুৰণি ধাৰাবাহিক। ৰামায়ণ, মহাভাৰতৰ পিছত এইবাৰ সম্প্ৰচাৰিত হ’ব বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জীৱনৰ প্ৰথমখন ধাৰাবাহিক ‘চাৰ্কাছ’।

২৮ তাৰিখৰ পৰা প্ৰতিদিনে ডিডি নেচনেলত সম্প্ৰচাৰিত হ’ব ধাৰাবাহিকখন।নিশা ৮ বজাত সম্প্ৰচাৰিত হ’ব চাৰ্কাছ। এই ধাৰাবহিকখনৰ পৰিচালক মিৰ্জা আৰু কুন্দন শ্বাহ। উল্লেখযোগ্য যে, এই ধাৰাবাহিকখনৰ পিছতে শ্বাহৰুখ খানে বলীউদৰ ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading