টাইমুৰ আলী খানৰ কণমানি ভনীয়েক ইনায়াই গাইছে গায়ত্ৰী মন্ত্ৰ, ছচিয়েল মিডিয়াত হ’ল ভাইৰেল

ইনায়া বলীউডৰ অভিনেত্ৰী সোহা আলী খানৰ জীয়ৰী। কণমানি ইনায়াই গোৱা গায়ত্ৰী মহন্ত ভাইৰেল হৈছে ছচিয়েল মিডিয়াত

News18-Assam
Updated:October 31, 2019, 7:23 PM IST
টাইমুৰ আলী খানৰ কণমানি ভনীয়েক ইনায়াই গাইছে গায়ত্ৰী মন্ত্ৰ, ছচিয়েল মিডিয়াত হ’ল ভাইৰেল
ইনায়া বলীউডৰ অভিনেত্ৰী সোহা আলী খানৰ জীয়ৰী। কণমানি ইনায়াই গোৱা গায়ত্ৰী মহন্ত ভাইৰেল হৈছে ছচিয়েল মিডিয়াত
News18-Assam
Updated: October 31, 2019, 7:23 PM IST
অভিনেত্ৰী ছোহা আলী খানৰ জীয়ৰী ইনায়াই কৰা সৰু সৰু ধেমালী বোৰ প্ৰায়ে ভাইৰেল হয় ছচিয়েল মিডিয়াত। ছোহা আৰু কুনাল খেমুৰ জীয়ৰী ইনায়াই এইবাৰ গাইছে গায়ত্ৰী মন্ত্ৰ।  কণমানি ইনায়াই গোৱা গায়ত্ৰী মন্ত্ৰ এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। প্ৰতিবছৰে ৩১ অক্টোবৰ তাৰিখে উদযাপন কৰা হয় ‘Halloween’। ইনায়াই Halloween ৰ উপলক্ষে এনেদৰে গায়ত্ৰী মন্ত্ৰ গাই মুগ্ধ কৰিছে সকলোকে।

আৰু চাওক পৰৱৰ্তী বাতৰি