কাঞ্চনজংঘা চাওক আৰু জুবিনৰ পৰা উপহাৰ লওক!

শেহতীয়াকৈ জুবিনে মুকলি কৰিছিল নিজৰ সপোনৰ ছবি কাঞ্চনজংঘাৰ গীত।

News18-Assam
Updated:July 12, 2019, 5:49 PM IST
কাঞ্চনজংঘা চাওক আৰু জুবিনৰ পৰা উপহাৰ লওক!
শেহতীয়াকৈ জুবিনে মুকলি কৰিছিল নিজৰ সপোনৰ ছবি কাঞ্চনজংঘাৰ গীত।
News18-Assam
Updated: July 12, 2019, 5:49 PM IST
বৰ্তমান আমেৰিকাত আছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। এক অনুষ্ঠানৰ বাবে আমেৰিকালৈ গৈছে জুবিন গাৰ্গ। শেহতীয়াকৈ জুবিন গাৰ্গে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এখন ফটো। ফটোখনত মূৰত উপহাৰৰ বহু বাকচ লৈ থকা দেখা গৈছে জুবিনক। কেপচনত জুবিন লিখিছে – Carrying gifts for my people from USA!! Be the first day viewer of Kanchanjangha n take these away from me.

শেহতীয়াকৈ জুবিনে মুকলি কৰিছিল নিজৰ সপোনৰ ছবি কাঞ্চনজংঘাৰ গীত। মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত ছবিখনৰ গীতসমূহ মুকলি কৰিছিল জুবিনে। গীতসমূহ ইতিমধ্যে আঁকোৱালি লৈছে জনতাই। এতিয়া অপেক্ষা মাথোঁ জুবিনৰ কাঞ্চনজংঘালৈ।




 





View this post on Instagram




 

Carrying gifts for my people from USA! Be the first day viewer of #Kanchanjangha n take these away from me!


A post shared by Zubeen Garg (@zubeen.garg) on




আৰু চাওক পৰৱৰ্তী বাতৰি