হঠাৎ ইণ্টাৰনেটত চৰ্চিত হৈছে শ্ৰেয়া ঘোষাল, ভাইৰেল হ’ল বিশেষ ভিডিঅ’

News18 Assam | News18-Assam
Updated:February 22, 2020, 7:11 PM IST
হঠাৎ ইণ্টাৰনেটত চৰ্চিত হৈছে শ্ৰেয়া ঘোষাল, ভাইৰেল হ’ল বিশেষ ভিডিঅ’
বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল চৰ্চাত

বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল চৰ্চাত

  • Share this:
হঠাৎ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এক বিশেষ ভিডিঅ’। বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল এতিয়া চৰ্চাত। শিৱৰাত্ৰিৰ দিনাই বলীউডৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।




‘ঔম নমঃ শিৱাই’ শীৰ্ষক এটি গীত পোষ্ট কৰে অভিনেত্ৰীগৰাকীয়ে। লগে লগে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading