ভাৰতীয় চলচ্চিত্ৰ জগতত নিষিদ্ধ মিকা সিং, কৰাচীত সংগীতানুষ্ঠানত পৰিৱেশন কৰি ৰোষত মিকা

মিকা সিঙৰ সৈতে কোনোবাই কাম কৰিলে সন্মুখীন হ’ব লাগিব শাস্তিৰ।

News18-Assam
Updated:August 14, 2019, 4:00 PM IST
ভাৰতীয় চলচ্চিত্ৰ জগতত নিষিদ্ধ মিকা সিং, কৰাচীত সংগীতানুষ্ঠানত পৰিৱেশন কৰি ৰোষত মিকা
মিকা সিঙৰ সৈতে কোনোবাই কাম কৰিলে সন্মুখীন হ’ব লাগিব শাস্তিৰ।
News18-Assam
Updated: August 14, 2019, 4:00 PM IST
ভাৰতীয় চলচ্চিত্ৰ জগতত নিষিদ্ধ কৰা হ’ল বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী মিকা সিঙক। অল ইণ্ডিয়া চিনে ৱৰ্কাৰ্ছ এছ’চিয়েচন (AICWA)এ জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা। কৰাচীত সংগীত পৰিৱেশন কৰিছিল মিকাই। পাৰভেজ মুছাৰফৰ আত্মীয়ৰ ঘৰত গীত গাইছিল জনপ্ৰিয় গায়কজনে। দ্বিপাক্ষিক সম্পৰ্ক ভংগৰ পিছতো পাকিস্তানত গীত পৰিৱেশন কৰাৰ বাবে মিকা সিঙৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে কঠোৰ ব্যৱস্থা। মিকা সিঙৰ সৈতে কোনোবাই কাম কৰিলে সন্মুখীন হ’ব লাগিব শাস্তিৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি