உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল মা হ'ল, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে সন্তান জন্মৰ ভাল খবৰ...

    বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল মা হ'ল, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে সন্তান জন্মৰ ভাল খবৰ...

    বলীউডৰ বিখ্যাত গায়িকা শ্ৰেয়া ঘোষালে শনিবাৰে আবেলি এটা পুত্ৰ সন্তান জন্ম দিয়ে । গায়িকাগৰাকীয়ে সামাজিক মাধ্যমত অনুৰাগীসকলৰ সৈতে ভাল খবৰটো ভাগ বতৰা কৰে।

    • Share this:
    বলীউডৰ বিখ্যাত গায়িকা শ্ৰেয়া ঘোষালে শনিবাৰে আবেলি এটা পুত্ৰ সন্তান জন্ম দিয়ে । গায়িকাগৰাকীয়ে সামাজিক মাধ্যমত অনুৰাগীসকলৰ সৈতে ভাল খবৰটো ভাগ বতৰা কৰে। শ্ৰেয়াৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুৰাগীসকলে এই ভাল খবৰটো শুনি নিৰন্তৰ অভিনন্দন লাভ কৰি আহিছে।

    শ্ৰেয়া ঘোষালে ইনষ্টাগ্ৰামত এখন পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছিল, 'ঈশ্বৰে আজি আবেলি পুত্ৰ হিচাপে আমাক তেওঁৰ মূল্যৱান আশীৰ্বাদ দিছে। এনে আৱেগ আগতে কেতিয়াও অনুভৱ কৰা হোৱা নাছিল'। তেওঁৰ স্বামী শিলাদিত্যক টেগ কৰি আৰু লিখিছে শিলাদিত্য, মোৰ গোটেই পৰিয়াল আৰু মই অত্যন্ত সুখী। সকলোকে আশীৰ্বাদ দিয়া বাবে ধন্যবাদ।

    Published by:Kokil Sarma
    First published: