• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • এইবাৰ প্ৰিয়া প্ৰকাশক প্ৰত্যাহ্বান অভিনেত্ৰী শিল্পা শেট্টীৰ, Video Viral

এইবাৰ প্ৰিয়া প্ৰকাশক প্ৰত্যাহ্বান অভিনেত্ৰী শিল্পা শেট্টীৰ, Video Viral

বৰ্তমান ইণ্টাৰনেটত অন্যতম চৰ্চিত নাম শিল্পা শেট্টী

বৰ্তমান ইণ্টাৰনেটত অন্যতম চৰ্চিত নাম শিল্পা শেট্টী

বৰ্তমান ইণ্টাৰনেটত অন্যতম চৰ্চিত নাম শিল্পা শেট্টী

  • Share this:
প্ৰিয়া প্ৰকাশক মনত আছে নে? বিশেষ ভংগীমাৰে চকু টিপ মাৰি দিনটোৰ ভিতৰতে ইণ্টাৰনেটত সৃষ্টি কৰিছিল ধুমুহা। আনকি বহু কেইখন ছবি, মিউজিক ভিডিঅ’৸টো প্ৰিয়া প্ৰকাশৰ এই বিশেষ ভংগীমাক ঠাই দিয়া হৈছিল। এইবাৰ অভিনেত্ৰী প্ৰিয়া প্ৰকাশক টক্কৰ দিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শিল্পা শেট্টীয়ে।ছচিয়েল মিডিয়াত শিল্পা শেট্টীয়ে ভিডিঅ’ আপলোড কৰাৰ লগে লগেই এতিয়া ভাইৰেল হৈ পৰিছে।

ছচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় শিল্পা শেট্টী। Instagram অথবা টিকটকত প্ৰায়ে সক্ৰিয় থকা দেখা যায় মোহময়ী অভিনেত্ৰীগৰাকীক। নতুনকৈ অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোও এতিয়া চৰ্চিত হৈছে ছচিয়েল মিডিয়াত।

চাওক ভিডিঅ’
@theshilpashettyMain bhi Dabangg😎 Aapko konsa look pasand aaya, 1 ya 2?? ##fyp ##dabangg ##shilpashettykundra♬ original sound - theshilpashetty



Published by:Himangshu Bhuyan
First published: