• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বতাহে উৰুৱালে শিল্পী শেট্টীৰ কাপোৰ, হাতেৰে কোনোমতে চম্ভালিলে অভিনেত্ৰীগৰাকীয়ে, ভিডিঅ’ ভাইৰেল

বতাহে উৰুৱালে শিল্পী শেট্টীৰ কাপোৰ, হাতেৰে কোনোমতে চম্ভালিলে অভিনেত্ৰীগৰাকীয়ে, ভিডিঅ’ ভাইৰেল

এই ভিডিঅ’ শিল্পী শেট্টীয়ে নিজেই শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। এই ভিডিঅ’টোক লৈ বিভিন্নজনে কৰিছে বিভিন্ন মন্তব্য।

  • Share this:
    শেহতীয়াকৈ মোহময়ী অভিনেত্ৰী শিল্পী শেট্টীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। হট ৰিভিলিং ড্ৰেছত ফটোৰ বাবে প’জ দি থকাৰ সময়তে বতাহে উৰুৱাই নিলে শিল্পাই পিন্ধি থকা কাপোৰ। কোনোমতে অভিনেত্ৰীগৰাকীয়ে হাতেৰে চম্ভালিলে নিজৰ কাপোৰ। এই দৃশ্য বন্দী হয় কেমেৰাত। এই ভিডিঅ’ শিল্পী শেট্টীয়ে নিজেই শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। এই ভিডিঅ’টোক লৈ বিভিন্নজনে কৰিছে বিভিন্ন মন্তব্য।

    সম্প্ৰতি শিল্পা শেট্টীয়ে পৰিয়ালৰ সৈতে ইউৰোপত অৱসৰ বিনোদনত ব্যস্ত আছে। ছচিয়েল মিডিয়াত শিল্পাই অনুৰাগীসকলৰ বাবে দিছে এটাৰ পিছত এটা আপডেট। অৱসৰ বিনোদনৰ কেইবাটাও ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ মাজতে এটা ভিডিঅ’ত শিল্পাই হাত ওপৰলৈ কৰি বতাহৰ মাদকতা উপভোগ কৰি থকা দেখা গৈছে। আৰু বলিয়া বতাহে শিল্পীই পিন্ধি থকা কাপোৰ উৰুৱাই নিয়া দেখা গৈছে। শিল্পীই লগে লগে হাতেৰে চম্ভালি লয় নিজৰ কাপোৰ। চাওক ভিডিঅ’ –

    First published: