মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»কিয় অভিনেত্ৰী শিল্পা শেট্টীয়ে প্ৰহাৰ কৰিলে স্বামী ৰাজ কুন্দ্ৰাক? ভাইৰেল হ’ল ভিডিঅ’

কিয় অভিনেত্ৰী শিল্পা শেট্টীয়ে প্ৰহাৰ কৰিলে স্বামী ৰাজ কুন্দ্ৰাক? ভাইৰেল হ’ল ভিডিঅ’

News18 Assam | News18-Assam
Updated:May 15, 2020, 2:23 PM IST
কিয় অভিনেত্ৰী শিল্পা শেট্টীয়ে প্ৰহাৰ কৰিলে স্বামী ৰাজ কুন্দ্ৰাক? ভাইৰেল হ’ল ভিডিঅ’
ঘৰৰ কাম কৰা মহিলাক চুমা খাইছিল ৰাজ কুন্দাই!

ঘৰৰ কাম কৰা মহিলাক চুমা খাইছিল ৰাজ কুন্দাই!

  • Share this:
ভাইৰেল হৈছে এক বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে, অভিনেত্ৰী শিল্পা শেট্টীয়ে স্বামী ৰাজ কুন্দ্ৰাক প্ৰহাৰ কৰিছে। পিছে কিয় অভিনেত্ৰীগৰাকীয়ে প্ৰহাৰ কৰিলে নিজৰ স্বামীক?

ঘৰৰ কাম কৰা মহিলাগৰাকীয়ে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে আনিলে চুমা খোৱাৰ অভিযোগ। যাৰফলত এনেদৰে ৰাজক প্ৰহাৰ কৰে শিল্পাই।




 





View this post on Instagram




 

Nazar hati, Durghatna ghati, Sacchai pata chalne par, Pit gaye humaare pati😂😂🤪🤪 . @rajkundra9 Things you do to entertain yourself!!🤪🤦🏽‍♀️😂 Some mid-week respite 😅 . . . . . #HusbandWife #lockdown #fun #laughs


A post shared by Shilpa Shetty Kundra (@theshilpashetty) on





পিছে এইটো টিকটক ভিডিঅ’হে। বিনোদনৰ বাবে অভিনেত্ৰীগৰাকী আৰু তেওঁৰ স্বামীয়ে নিৰ্মাণ কৰিছিল এই ভিডিঅ’
First published: May 15, 2020, 2:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি