"আপুনিতো কৈ থাকে আপোনাৰ জীৱন দৰ্শনৰ কথা-“As a celebrity, you should never complain & never explain!” কি আচৰিত দৰ্শন!!! সাষ্টাংগে দণ্ডৱত প্ৰণাম দিবই লাগিব!" শিল্পাক শ্বাৰ্লিনৰ আক্ৰমণ
এজন টুইটাৰ ইউজাৰৰ এটা টুইটৰ উদ্ধৃতি দি শ্বাৰ্লিনে শিল্পাক আক্ৰমণ কৰে, "দিদিৰ অলপো আক্ষেপ নাই নিজৰ পতিদেৱে কৰা কৰ্ম-কাণ্ডবোৰৰ বাবে! কিন্তু আপুনিতো কৈ থাকে আপোনাৰ জীৱন দৰ্শনৰ কথা-“As a celebrity, you should never complain & never explain!” কি আচৰিত দৰ্শন!!! সাষ্টাংগে দণ্ডৱত প্ৰণাম দিবই লাগিব!"