শ্বাহৰুখ খানৰ কন্যা ছুহানাৰ আকৰ্ষণীয় নৃত্য, ভাইৰেল ভিডিঅ’

News18-Assam
Updated:June 10, 2019, 4:32 PM IST
শ্বাহৰুখ খানৰ কন্যা ছুহানাৰ আকৰ্ষণীয় নৃত্য, ভাইৰেল ভিডিঅ’
ইনষ্টাগ্ৰামত ভাইৰেল হৈছে ছুহানাৰ এটা ভিডিঅ’, য’ত ছুহানাক আনন্দমনে নাচি থকা দেখা গৈছে।

ইনষ্টাগ্ৰামত ভাইৰেল হৈছে ছুহানাৰ এটা ভিডিঅ’, য’ত ছুহানাক আনন্দমনে নাচি থকা দেখা গৈছে।

  • Share this:
শ্বাহৰুখ খানৰ কন্যা ছুহানা খান প্ৰায়ে চৰ্চালৈ আহি থাকে। মিডিয়াৰ প্ৰিয় তাৰকা সন্তানৰ এগৰাকী ছুহানা। ফটোশ্বুটৰ পৰা আৰম্ভ কৰি ভেকেচনলৈ ছুহানাৰ বিভিন্ন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আহিছে। শেহতীয়াকৈ ছুহানা পুনৰ এবাৰ চৰ্চালৈ আহিছে। ইনষ্টাগ্ৰামত ভাইৰেল হৈছে ছুহানাৰ এটা ভিডিঅ’, য’ত ছুহানাক আনন্দমনে নাচি থকা দেখা গৈছে। পূৰ্বেও কেইবাটাও ভিডিঅ’ত নচা দেখা গৈছিল ছুহানাক।

ভিডিঅ’টোত এটা পাৰ্টীত নাচি থকা দেখা গৈছে ছুহানাক। শ্বৰ্ট ৱান ছ’লজাৰ পোছাকত অতি সুন্দৰ ৰূপত দেখা গৈছে ছুহানাক। ছিলভাৰ ৰঙৰ পোছাক পৰিধান কৰা ছুহানাই ব্যৱহাৰ কৰিছিল স্ম’কী আই মেকআপ। ছুহানাৰ নৃত্যৰ এই ভিডিঅ’টো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। প্ৰখ্যাত ফটোগ্ৰাফাৰ বিৰল ভয়ানীয়েও ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো।

 




 





View this post on Instagram




 

She got the moves...groovin to #willsmith #suhanakhan #viralbhayani @viralbhayani


A post shared by Viral Bhayani (@viralbhayani) on




আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading