বিবাহ অনুষ্ঠানত পত্নী গৌৰী খানৰ সৈতে ‘কজৰাৰে’ নাচিলে শ্বাহৰুখ খানে, চাওক Video

News18 Assam | News18-Assam
Updated:February 5, 2020, 5:06 PM IST
বিবাহ অনুষ্ঠানত পত্নী গৌৰী খানৰ সৈতে ‘কজৰাৰে’ নাচিলে শ্বাহৰুখ খানে, চাওক Video
ছচিয়েল মিডিয়াত ভাইৰেল হৈছে শ্বাহৰুখ খান আৰু পত্নী গৌৰী খানৰ এটি ভিডিঅ’

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে শ্বাহৰুখ খান আৰু পত্নী গৌৰী খানৰ এটি ভিডিঅ’

  • Share this:
বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান প্ৰায়েই সংবাদমাধ্যমৰ চৰ্চাত থকা দেখা যায়। দুদিন পূৰ্বে বলীউদৰ অভিনেতা শ্বাহৰুখ খান আৰু গৌৰী খান, অৰমান জৈন আৰু অনীশা মলহোত্ৰাৰ বিবাহ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত আছিল। বিবাহ অনুষ্ঠানত ২০০৫ চনত মুক্তি পোৱা ‘বণ্টি অ’ৰ বাবলী’ ছবিত অমিতাভ বচ্চন, অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ে অভিনয় কৰা ‘কজৰাৰে’ শীৰ্ষক গীতটোত শ্বাহৰুখে পত্নী গৌৰীৰ সৈতে নৃত্য কৰা দেখিবলৈ পোৱা গ’ল।

ভিডিঅ’টো এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। শ্বাহৰুখ, গৌৰীয়ে নৃত্য কৰা ভিডিঅ’টোত পৰিচালক কৰণ জোহৰেও সহযোগ কৰে।



আৰু চাওক
পৰৱৰ্তী বাতৰি