‘ভালকৈ হিন্দী কব পৰা নাছিলো, সুশান্তই শিকাইছিল মোক’- ছাৰা আলী খানৰ ভিডিঅ’ ভাইৰেল

News18 Assam | News18-Assam
Updated:June 24, 2020, 9:34 PM IST
‘ভালকৈ হিন্দী কব পৰা নাছিলো, সুশান্তই শিকাইছিল মোক’- ছাৰা আলী খানৰ ভিডিঅ’ ভাইৰেল
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে ছচিয়েল মিডিয়াত সুশান্ত সিং ৰাজপুতৰ বহু পুৰণি ভিডিঅ’ ভাইৰেল হৈছে ।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে ছচিয়েল মিডিয়াত সুশান্ত সিং ৰাজপুতৰ বহু পুৰণি ভিডিঅ’ ভাইৰেল হৈছে ।

  • Share this:
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে অভিনেতাজনৰ বহু পুৰণি ভিডিঅ’। সুশান্তৰ গীত গোৱা, নৃত্য কৰা, বিভিন্ন ধৰণৰ ভিডিঅ’ ভাইৰেল হৈছে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউদৰ বহু গোপন  কথাও পোহৰলৈ আহিছে।

বলীউদৰ বহু অভিনেতা-অভিনেত্ৰীয়ে সুশান্ত সিং ৰাজপুতৰ সন্দৰ্ভত কোৱা বিভিন্ন মন্তব্যও এতিয়া পোহৰলৈ আহিছে। এটা ভিডিঅ’ত সুশান্ত সিং ৰাজপুতৰ প্ৰশংসাত পঞ্চমুখ হৈছিল ছাৰা আলী খান।




 





View this post on Instagram




 

Sara has always respected Sushant🥺 Don’t miss this..


A post shared by Filmygyan Videos (@filmygyanvideos) on






কেদাৰনাথ ছবিৰ জৰি.তেই বলীউদত প্ৰৱেশ কৰিছিল ছাৰাই। কেদাৰনাথ ছবিৰ প্ৰচাৰৰ সময়ত সাংবাদিকৰ সময়ত সুশান্তৰ প্ৰশংসাত পঞ্চমুখ হৈছিল ছাৰা আলী খান। অভিনেত্ৰীগৰাকীয়ে স্পষ্ট কৈ জনাইছিল যে, তেওঁৰ হিন্দী একেবাৰে বেয়া আছিল। কিন্তু শ্বুটিঙৰ সময়ত সুশান্তই কিদৰে শিকাইছিল স্পষ্টকৈ ক’লে অভিনেত্ৰীগৰাকীয়ে।
First published: June 24, 2020, 9:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading