‘নৱাবৰ জীয়ৰীৰ নাই কাপোৰ’ ফটা জিন্ছ পিন্ধি ট্ৰ’লৰ সন্মুখীন ছাৰা আলী খান

এইবাৰ পিন্ধা কাপোৰৰ বাবে ছচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হ’ল ছেইফ আলী খানৰ জীয়ৰী তথা বলীউডৰ নতুন অভিনেত্ৰী ছাৰা আলী খান

News18-Assam
Updated:October 19, 2019, 12:53 PM IST
‘নৱাবৰ জীয়ৰীৰ নাই কাপোৰ’ ফটা জিন্ছ পিন্ধি ট্ৰ’লৰ সন্মুখীন ছাৰা আলী খান
এইবাৰ পিন্ধা কাপোৰৰ বাবে ছচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হ’ল ছেইফ আলী খানৰ জীয়ৰী তথা বলীউডৰ নতুন অভিনেত্ৰী ছাৰা আলী খান
News18-Assam
Updated: October 19, 2019, 12:53 PM IST
এইবাৰ পিন্ধা কাপোৰৰ বাবে ছচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হ’ল ছেইফ আলী খানৰ জীয়ৰী তথা বলীউডৰ নতুন অভিনেত্ৰী ছাৰা আলী খান। ছাৰাই পিন্ধা সাজ পোছাকে প্ৰায়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে যদিও  এইবাৰ অভিনেত্ৰীগৰাকীয়ে এনেধৰণৰ এটা জিনছ পৰিধান কৰিলে, যাৰ সফল ছচিয়েল মিডিয়াত ব্যাপক ভাবে ট্ৰ’লৰ সন্মুখীন হ’ল অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীয়ে তেনে ধৰণৰ এটা জিনছ পিন্ধাত একাংশই তাচ্ছিল্লসূচক ভাবে মন্তব্য কৰে যে, ‘নৱাবৰ জীয়ৰীৰ নাই কাপোৰ,গতিকে পিন্ধিছে ফটা কাপোৰ’।



 





View this post on Instagram




 

#ZoomLens: Spotted @saraalikhan95 while shooting for an ad in the city! 📸


A post shared by Zoom TV (@zoomtv) on




আৰু চাওক পৰৱৰ্তী বাতৰি