সৰু কালত কেনেকুৱা আছিল ছাৰা আলী খান? চাওক ভিডিঅ’

পিতৃৰ সৈতে ছেটত দেখা গৈছে কণমানি ছাৰাক। সকলোৰে দৃষ্টি আছিল ছাৰাৰ ওপৰত।

News18-Assam
Updated:July 1, 2019, 11:08 PM IST
সৰু কালত কেনেকুৱা আছিল ছাৰা আলী খান? চাওক ভিডিঅ’
পিতৃৰ সৈতে ছেটত দেখা গৈছে কণমানি ছাৰাক। সকলোৰে দৃষ্টি আছিল ছাৰাৰ ওপৰত।
News18-Assam
Updated: July 1, 2019, 11:08 PM IST
বলীউদৰ সুন্দৰী অভিনেত্ৰী ছাৰা আলী খান নিজৰ ষ্টাইলৰ বাবে প্ৰায়ে চৰ্চাত থাকে। কিন্তু এইবাৰ সৰু কালৰ এটা ভিডিঅ’ৰ বাবে চৰ্চালৈ আহিছে ছাৰা। এই ভিডিঅ’টোত দুই–আঢ়ৈ বছৰীয়া ছাৰাক দেখা গৈছে। পিতৃৰ সৈতে ছেটত দেখা গৈছে কণমানি ছাৰাক। সকলোৰে দৃষ্টি আছিল ছাৰাৰ ওপৰত।

ছেঈফ আলী খানে বটলেৰে পানী খুওৱাৰ চেষ্টা কৰিছে ভিডিঅ’টোত। কিন্তু ছাৰাৰ দৃষ্টি এখন কিতাপৰ ফালে আছিল। চকীৰ ওপৰত বহি খেলি আছিল কণমানি ছাৰাই। ছাৰাৰ এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
 
আৰু চাওক পৰৱৰ্তী বাতৰি