দুবাহুৰ মাজত ছাৰা আলী খান, হাজাৰ হাজাৰ অনুৰাগীৰ আগত কাৰ্তিক আৰিয়ানে কৰিলে এই কাম,চাওক Video

News18 Assam | News18-Assam
Updated:February 7, 2020, 5:04 PM IST
দুবাহুৰ মাজত ছাৰা আলী খান, হাজাৰ হাজাৰ অনুৰাগীৰ আগত কাৰ্তিক আৰিয়ানে কৰিলে এই কাম,চাওক Video
ছাৰা আলী খান আৰু কাৰ্তিক আৰিয়ান এতিয়া নতুন ছবি ‘লভ আজ কল’ৰ প্ৰচাৰত ব্যস্ত। 

ছাৰা আলী খান আৰু কাৰ্তিক আৰিয়ান এতিয়া নতুন ছবি ‘লভ আজ কল’ৰ প্ৰচাৰত ব্যস্ত। 

  • Share this:
অতিশীঘ্ৰে ছবিগৃহলৈ আহি আছে কাৰ্তিক আৰিয়ান আৰু ছাৰা আলী খান অভিনীত বলীউদৰ নতুন ছবি ‘লভ আজ কল–২’।  বৰ্তমান দুয়োজন তাৰকা ছবিখনৰ প্ৰচাৰত ব্যস্ত। এইসময়তে দুয়োৰে এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ভিডিঅ’টোত ছবিখনৰ প্ৰচাৰৰ সময়ত ছাৰা আলী খান আৰু  কাৰ্তিকে নৃত্য কৰি থাকোতে হঠাৎ কাৰ্তিকে ছাৰাক দাঙি কৰিলে এই কাম।

চাওক ভিডিঅ’




 





View this post on Instagram




 

#SarTik in #Ahmedabad ❤️ kem Cho #LoveAajKal 🔥❤️🎷 #14thFeb


A post shared by KARTIK AARYAN (@kartikaaryan) on




আৰু চাওক
পৰৱৰ্তী বাতৰি