বিয়াক লৈ সোধা প্ৰশ্নত দুখ ছলমান খানৰ, ক’লে– ‘অকলেই ভাল, বিপদ চপাই নলও’

News18 Assam | News18-Assam
Updated:February 10, 2020, 3:32 PM IST
বিয়াক লৈ সোধা প্ৰশ্নত দুখ ছলমান খানৰ, ক’লে– ‘অকলেই ভাল, বিপদ চপাই নলও’
বলীউদৰ ম’ষ্ট এলিজিবল বেটচ্লৰ ছলমান খান।

বলীউদৰ ম’ষ্ট এলিজিবল বেটচ্লৰ ছলমান খান।

  • Share this:
বলীউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ বিয়া কেতিয়া? যেতিয়াই এই প্ৰশ্নটো সোধা হয় , তেতিয়াই হাঁহি মাৰি আঁতৰি যায় ছলমান খান। কিন্তু এইবাৰ এটা গীতৰ মুক্তিৰ সময়ত ছলমান খানে বিয়াৰ কথা সোধাত কয় যে, ‘অকলেই ভাল, বিপদ চপাই নলও।’



ছলমান খান আৰু ৰেম’ ডিচোজাই অভিনয় কৰা ‘Swag se Solo’ গীতটোৰ কথাৰেই  সাংবাদিকক কয় যে,‘অকলেই ভাল বিপদ চপাই নলও’। গীটতো আচলতে পেপছি বিজ্ঞাপনৰ বাবে নিৰ্মিত।

আৰু চাওক
পৰৱৰ্তী বাতৰি