'চিটী মাৰ'ৰ পিছত আহি আছে 'দিল দে দিয়া', ছলমান-জেকুলিনৰ নৃত্য চাবলৈ অধীৰ অপেক্ষাত অনুৰাগী

News18 Assam | News18-Assam
Updated:April 29, 2021, 4:02 PM IST
'চিটী মাৰ'ৰ পিছত আহি আছে 'দিল দে দিয়া', ছলমান-জেকুলিনৰ নৃত্য চাবলৈ অধীৰ অপেক্ষাত অনুৰাগী
ছলমান খান 'ৰাধে: ইয়োৰ মোষ্ট ৱান্টেড ভাই' মুক্তি পোৱা প্ৰথম গান 'চিটী মাৰ'ৰ পিছত শুকুৰবাৰে মুক্তি পাব আন এটা গান 'দিল দে দিয়া'।

ছলমান খান 'ৰাধে: ইয়োৰ মোষ্ট ৱান্টেড ভাই' মুক্তি পোৱা প্ৰথম গান 'চিটী মাৰ'ৰ পিছত শুকুৰবাৰে মুক্তি পাব আন এটা গান 'দিল দে দিয়া'।

  • Share this:
ছলমান খান 'ৰাধে: ইয়োৰ মোষ্ট ৱান্টেড ভাই' মুক্তি পোৱা প্ৰথম গান 'চিটী মাৰ' সকলোৱে ভাল পাইছে । গানটোত সল্লুই দিশা পাটনিৰ সৈতে কৰা নৃত্যকো সকলোৱে প্ৰশংসা কৰিছে। ইফালে ছবিখনৰ নতুন গান 'দিল দে দিয়া' শীঘ্ৰেই মুক্তি পাব। এছ কে ফিল্মছে ইয়াৰ অফিচিয়েল ইনষ্টাগ্ৰামত বিৱৰণ ভাগ বতৰা কৰিছে।

এছ কে ফিল্মছে ইয়াৰ ইনষ্টাগ্ৰামত গানটোৰ এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছে আৰু কৈছে যে 'দিল দে দিয়া' গানটো শুক্ৰবাৰে মুক্তি পাব। গানটোৰ ট্ৰেক ধ্বনি ভিডিঅ'টোৰ আৰম্ভণিতে শুনা যায় য'ত জেকলিন ফাৰ্ণাণ্ডেজক চলমান খানৰ সৈতে সাহসী অৱতাৰত নৃত্য কৰা দেখা গৈছে। গানটোৰ ট্ৰেকটোৱে গানৰ অনুৰাগীসকলক আকৰ্ষিত কৰিছে।
https://www.instagram.com/p/COPWNdOF_F4/?utm_source=ig_embed&utm_campaign=embed_video_watch_again
Published by: Kokil Sarma
First published: April 29, 2021, 4:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি