Chulbul is Back! মুকলি হ’ল ছলমান খানৰ ‘ডাবাং ৩’ৰ ট্ৰেইলাৰ, চাওক VIDEO

চুলবুল পাণ্ডেৰ নতুন অৱতাৰৰূপে ছবিখনত দেখা যাব ছলমানক।

News18-Assam
Updated:October 24, 2019, 9:39 AM IST
Chulbul is Back! মুকলি হ’ল ছলমান খানৰ ‘ডাবাং ৩’ৰ ট্ৰেইলাৰ, চাওক VIDEO
চুলবুল পাণ্ডেৰ নতুন অৱতাৰৰূপে ছবিখনত দেখা যাব ছলমানক।
News18-Assam
Updated: October 24, 2019, 9:39 AM IST
ছলমান খানৰ ছবি মানেই অনুৰাগীৰ মাজত উৎকণ্ঠা। ছলমানৰ প্ৰতিখন ছবি উপভোগ কৰিবলৈ ছবিগৃহত হেতা–ওপৰা লগায় দৰ্শকে। এইবাৰ আহি আছে ছলমানৰ ‘ডাবাং ৩’। ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ছবিখনৰ ট্ৰেইলাৰ। ছলমানে ঘোষণা কৰিছে যে ‘ডাবাং ৩’ৰ প্ৰমোচন তেওঁ চুলবুল পাণ্ডেৰ ৰূপতে কৰিব। ছবিখনত আকৌ এবাৰ ছলমান খান, সোণাক্ষী সিনহা আৰু আৰবাজ খানক দেখা যাব। আনহাতে, ছবিখনক নতুনকৈ এন্ট্রী মাৰিছে মহেশ মঞ্জৰেকাৰৰ কন্যা ছই মঞ্জৰেকৰে।

ছবিখনৰ ট্ৰেইলাৰ ইতিমধ্যে আদৰি লৈছে দৰ্শকে। চুলবুল পাণ্ডেৰ নতুন অৱতাৰৰূপে ছবিখনত দেখা যাব ছলমানক। ইফালে, সোণাক্ষী সিনহাক পুনৰ ৰজ্জ’ৰ ৰূপত দেখা যাব। ছবিখনৰ ট্ৰেইলাৰত দেখা গৈছে আকৰ্ষণীয় সংলাপ আৰু একচন।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি