• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Virat-Anushka's Bodyguard: বিৰাট-অনুষ্কাৰ দেহৰক্ষীৰ বাৰ্ষিক দৰমহা জানিলে চকু কপালত উঠিব আপোনাৰ!

Virat-Anushka's Bodyguard: বিৰাট-অনুষ্কাৰ দেহৰক্ষীৰ বাৰ্ষিক দৰমহা জানিলে চকু কপালত উঠিব আপোনাৰ!

Salary of Virat Kohli, Anushka Sharma's bodyguard: চোনুৰ দৰমহাই লাজত পেলাব বহু প্ৰতিষ্ঠানৰ CEOক!

Salary of Virat Kohli, Anushka Sharma's bodyguard: চোনুৰ দৰমহাই লাজত পেলাব বহু প্ৰতিষ্ঠানৰ CEOক!

Salary of Virat Kohli, Anushka Sharma's bodyguard: চোনুৰ দৰমহাই লাজত পেলাব বহু প্ৰতিষ্ঠানৰ CEOক!

  • Share this:
ছলমান খানৰ দেহৰক্ষী সেৰা আৰু তেওঁৰ দৰমহাকলৈ বহু সময়ত আলোচনা হৈছে যদিও আজি পৰ্যন্ত আলোচনা হোৱা নাই বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ দেহৰক্ষীকলৈ। কিন্তু চেলিব্ৰিটি দম্পত্তিটোৰ কাষত যিসকল থাকে বা তেওঁলোকৰ অনুৰাগীয়ে জানিব বিচাৰে দেহৰক্ষীৰ দৰমহাৰ বিষয়ে। বিৰুষ্কাৰ দেহৰক্ষী চোনুৰ বেতনকলৈ এতিয়া আৰম্ভ হৈছে চৰ্চা।

জনা গৈছে যে, অনুষ্কা শৰ্মাই বাৰ্ষিক ১.২ কোটি টকাৰ দৰমহা দিয়ে চোনুক। চোনুৰ বেতনে এতিয়া লাজত পেলাইছে বহু প্ৰতিষ্ঠানৰ CEOক! কেৱল ইমানেই নহয়, এটা বিলাসী ফ্লেটো চোনুক উপহাৰ দিছে অনুষ্কা শৰ্মাই। বিৰাট কোহলীৰ সৈতে বিয়া হোৱাৰ পূৰ্বৰে পৰা অনুষ্কাৰ দেহৰক্ষী হিচাপে কাম কৰি আহিছে চোনুৱে। এতিয়াৰ অনুষ্কাৰ লগতে বিৰাটৰ ওচৰতো দেখিবলৈ পোৱা যায় চোনুক।
Published by:Himangshu Bhuyan
First published: