BRICS ৰ সহ–প্ৰযোজনাৰ 'Kids & Glory’ৰ অংশ হিচাপে ৰীমা দাসৰ ক্ৰীড়া ভিত্তিক ছবি ‘চানচাইন ড্ৰীমাৰ’

News18-Assam
Updated:November 15, 2019, 6:56 PM IST
BRICS ৰ সহ–প্ৰযোজনাৰ 'Kids & Glory’ৰ অংশ হিচাপে ৰীমা দাসৰ ক্ৰীড়া ভিত্তিক ছবি ‘চানচাইন ড্ৰীমাৰ’
ৰীমা দাসৰ ছবিখন ক্ৰিকেট খেলক প্ৰাধান্য দি নিৰ্মাণ কৰা হৈছে

ৰীমা দাসৰ ছবিখন ক্ৰিকেট খেলক প্ৰাধান্য দি নিৰ্মাণ কৰা হৈছে

  • Share this:
ৰীমা দাসে এইবাৰ আগবঢ়াইছে চানচাইন ড্ৰীমাৰ। BRICS ৰ সহ প্ৰযোজনাত Kid&Glory ৰ অংশ হিচাপে ৰীমা দাসে নিৰ্মাণ কৰিছে ক্ৰীড়া ভিত্তিক ছবি চানচাইন ড্ৰীমাৰ। পাঁচখন দেশে একেলগে খেলুৱৈ ত্যাগ আৰু কষ্টৰ মাজেৰে আগবাঢ়ি গৈ একেটা সপোন পূৰণ কৰাৰ এক কাহিনীৰে নিৰ্মাণ কৰা হৈছে  ছবিখন। BRICS ৰ আন চাৰিখন দেশে ফুটবল খেলক বিষয় হিচাপে লোৱাৰ বিপৰীতে ৰীমা দাসে ক্ৰিকেট খেলক লৈছে প্ৰধান বিষয়বস্তু হিচাপে। ৰীমা দাসৰ ছবিখনৰ শ্বুটিং মুম্বাইৰ ১৪ অনুৰ্ধৰ কেইগৰাকীমান ক্ৰিকেটাৰকলৈ কৰা হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি