অষ্ট্ৰেলিয়াত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ ‘বুলবুল কেন ছিং’

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান।

News18-Assam
Updated:July 10, 2019, 11:31 AM IST
অষ্ট্ৰেলিয়াত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ ‘বুলবুল কেন ছিং’
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান।
News18-Assam
Updated: July 10, 2019, 11:31 AM IST
এইবাৰ অষ্ট্ৰেলিয়াত প্ৰদৰ্শিত হ’ব অসমৰ যশস্বী ছবি পৰিচালক ৰীমা দাসৰ ছবি ‘বুলবুল কেন ছিং’। ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলবৰ্ণত প্ৰদৰ্শিত হ’ব ‘বুলবুল কেন ছিং’। ৯ আগষ্টত এই ছবি মহোৎসৱৰ আৰম্ভণিৰ দিনা দ্য ডিষ্ট্ৰিক্ট ডকলেণ্ডছৰ হয়ট্ছত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ ছবিখন। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান। এই কথা টুইটাৰযোগে প্ৰকাশ কৰিছে IFFM–এ।

আৰু চাওক পৰৱৰ্তী বাতৰি