• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • দ্বিতীয় দিনা ৰত্নাকৰৰ বক্স অফিচ কালেকচন ৪৯.৫ লাখ, আজিও অভিলেখ সংখ্যক উপাৰ্জনৰ সম্ভাৱনা

দ্বিতীয় দিনা ৰত্নাকৰৰ বক্স অফিচ কালেকচন ৪৯.৫ লাখ, আজিও অভিলেখ সংখ্যক উপাৰ্জনৰ সম্ভাৱনা

মুম্বাইৰ চলচিত্ৰ সমালোচকৰো দৃষ্টি আকৰ্ষণ কৰিছে যতীন বৰাৰ ৰত্নাকৰে

মুম্বাইৰ চলচিত্ৰ সমালোচকৰো দৃষ্টি আকৰ্ষণ কৰিছে যতীন বৰাৰ ৰত্নাকৰে

মুম্বাইৰ চলচিত্ৰ সমালোচকৰো দৃষ্টি আকৰ্ষণ কৰিছে যতীন বৰাৰ ৰত্নাকৰে

  • Share this:
    ১১ অক্টোবৰত মুক্তিলাভ কৰা যতীন বৰা অভিনীত আৰু পৰিচালিত অসমীয়া ছবি ৰত্নাকৰে এতিয়া ভংগ কৰিছে ইটোৰ পিছত সিটো অভিলেখ। মুক্তিৰ প্ৰথমদিনাই ৰত্নাকৰে ৪১ লাখ টকা উপাৰ্জন ৰচিছিল ইতিহাস। দ্বিতীয় দিনাও ছবি খন চাবলৈ  ছবিগৃহত দৰ্শকৰ অভাৱনীয় ভিৰ। দ্বিতীয় দিনা ছবিখনে সৰ্বমুঠ ৪৯.৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। যি অসমীয়া ছবিৰ ইতিহাসত এক অভিলেখ। দেওবাৰেও ৰত্নাকৰ চাবলৈ প্ৰায় সংখ্যক চিত্ৰগৃহত শেষ হ’ল টিকট।

    প্ৰথম দিনা – ৪১ লাখ, দ্বিতীয় দিনা– ৪৯.৫ লাখ। দ্বিতীয় দিনালৈকে সৰ্বমুঠ উপাৰ্জন–  ৯০.৫ লাখ টকা।

    চিত্ৰগৃহত উপস্থিত হ’ল যতীন বৰা, দৰ্শকৰ মাজত উচাহ

    First published: