নৱেম্বৰত ৰণবীৰ–আলীয়াৰ বিয়া! কোন ঠাইত হ’ব এইখন ৰাজকীয় বিয়া?

বিয়াৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলাইছে দুয়োখন ঘৰে

News18-Assam
Updated:October 24, 2019, 3:32 PM IST
নৱেম্বৰত ৰণবীৰ–আলীয়াৰ বিয়া! কোন ঠাইত হ’ব এইখন ৰাজকীয় বিয়া?
বিয়াৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলাইছে দুয়োখন ঘৰে
News18-Assam
Updated: October 24, 2019, 3:32 PM IST
কিছুদিনৰ আগত ৰণবীৰ আৰু আলীয়াৰ বিবাহ বুলি ভুৱা নিমন্ত্ৰণী কাৰ্ড প্ৰচাৰ কৰা হৈছিল ছচিয়েল মিডিয়াত। কিন্তু এইবাৰ ভুৱা নহয়, সঁচাকৈয়ে ৰণবীৰ আৰু আলীয়াৰ বিয়া। অহা নৱেম্বৰ মাহত হ’ব ৰণবীৰ কাপুৰ আৰু আলীয়া ভাটৰ ৰাজকীয় বিয়া। বিয়াৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলাইছে দুয়োখন ঘৰে।

idiva ৰ এক ৰিপৰ্ট অনুসৰি আলীয়া আৰু ৰণবীৰ কাপুৰৰ বিয়া নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’ব। বিবাহৰ লগতে  দুয়ো এক আড়ম্বৰপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰিব। উল্লেখযোগ্য যে, বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ বিয়াৰ সময়ত কেটাৰিং এৰেঞ্জ কৰা ছেফ ৰিতু ডালমীয়াই ৰণবীৰ আৰু আলীয়াৰ বিয়াতো কেটাৰিঙৰ দায়িত্বত থাকিব।
আৰু চাওক পৰৱৰ্তী বাতৰি