ৰণৱীৰ সিঙে মাতিলে ‘ভাবি’ বুলি, চিঞৰিবলৈ ধৰিলে মহিলাই, চাওক VIDEO

অনুষ্ঠানৰ মাজতে মহিলাগৰাকীয়ে ৰণৱীৰৰ সৈতে ছেলফি ল’বলৈ গৈছিল। সেই সময়তে ৰণৱীৰে মহিলাগৰাকীক ‘ভাবি’ বুলি সম্বোধন কৰে।

News18-Assam
Updated:November 6, 2019, 10:35 AM IST
ৰণৱীৰ সিঙে মাতিলে ‘ভাবি’ বুলি, চিঞৰিবলৈ ধৰিলে মহিলাই, চাওক VIDEO
অনুষ্ঠানৰ মাজতে মহিলাগৰাকীয়ে ৰণৱীৰৰ সৈতে ছেলফি ল’বলৈ গৈছিল। সেই সময়তে ৰণৱীৰে মহিলাগৰাকীক ‘ভাবি’ বুলি সম্বোধন কৰে।
News18-Assam
Updated: November 6, 2019, 10:35 AM IST
বলীউদৰ অভিনেতা ৰণৱীৰ সিং প্ৰায়ে চৰ্চাত থাকে। শেহতীয়াকৈ ৰণবীৰ সিঙৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। এই ভিডিঅ’টোত ৰণৱীৰ সিঙৰ সৈতে এগৰাকী মহিলাক দেখা গৈছে। টিকটকত ভাইৰেল হৈছে ভিডিঅ’টো। ভিডিঅ’টো কোনো বিবাহ অনুষ্ঠানৰ বুলি কোৱা হৈছে, য’ত ৰণৱীৰ সিং উপস্থিত আছিল।

আচলতে, টিকটকত এই ভিডিঅ’টো গুণীত বিৰদী নামৰ এগৰাকী মহিলাই শ্বেয়াৰ কৰিছে। এই মহিলাগৰাকীক ৰণৱীৰে ‘ভাবি’ বুলি মাতিছিল। ৰণৱীৰ সিঙক এক অন্য ৰূপত দেখা গৈছে ভিডিঅ’টোত। অনুষ্ঠানৰ মাজতে মহিলাগৰাকীয়ে ৰণৱীৰৰ সৈতে ছেলফি ল’বলৈ গৈছিল। সেই সময়তে ৰণৱীৰে মহিলাগৰাকীক ‘ভাবি’ বুলি সম্বোধন কৰে। ৰণৱীৰে ভাবি বুলি সম্বোধন কৰাত মহিলাগৰাকীয়ে উচ্চস্বৰে কয় যে – ভাবি নুবুলিবা প্লিজ।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি