এইবাৰ TikTokত ৰাণু মণ্ডল, চাওক ভাইৰেল হোৱা ৰাণু মণ্ডলৰ TikTok ভিডিঅ’

টিকটকৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

News18-Assam
Updated:September 6, 2019, 4:36 PM IST
এইবাৰ TikTokত ৰাণু মণ্ডল, চাওক ভাইৰেল হোৱা ৰাণু মণ্ডলৰ TikTok ভিডিঅ’
টিকটকৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
News18-Assam
Updated: September 6, 2019, 4:36 PM IST
এতিয়া সকলোতে যেন ৰাণু মণ্ডল... ৰাণু মণ্ডল। ছচিয়েল মিডিয়াত খুলিলেই দেখা যায় কেৱল ৰাণু মণ্ডলৰ ভিডঅ’। এটাই ভাইৰেল ভিডিঅ’ ভাগ্য সলনি কৰা ৰাণু মণ্ডল এতিয়া তাৰকা। ৰে’ল ষ্টেচনত গান গাই পেটৰ ক্ষুধা নিবাৰণ কৰা ৰাণু আজি বলীউদৰ নেপথ্য কণ্ঠশিল্পী। ইতিমধ্যে ৰাণু মণ্ডলে হিমেশ ৰেশামিয়াৰ ছবিৰ বাবে কণ্ঠদান কৰিছে তিনিটাকৈ গীতত। প্ৰতিটো গীতৰ ভিডিঅ’ হিমেশ ৰেশামিয়াই শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এইবাৰ জনপ্ৰিয় এপ TikTokতো দেখা গ’ল ৰাণু মণ্ডলৰ প্ৰভাৱ। টিকটকৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এজন কিশোৰে ৰাণু মণ্ডল গীত শুনি কান্দি উঠিছে।

চাওক TikTokৰ সেই ভিডিঅ’টো



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি