এইবাৰ TIKTOK ভিডিঅ’ নিৰ্মাণ কৰিলে ৰাণু মণ্ডলে, গীতৰ লগতে অভিনয়ো এইবাৰ! Video

News18-Assam
Updated:November 24, 2019, 3:44 PM IST
এইবাৰ TIKTOK ভিডিঅ’ নিৰ্মাণ কৰিলে ৰাণু মণ্ডলে, গীতৰ লগতে অভিনয়ো এইবাৰ! Video
সৰ্বত্ৰ এতিয়া চৰ্চাত ৰাণু মণ্ডল!

সৰ্বত্ৰ এতিয়া চৰ্চাত ৰাণু মণ্ডল!

  • Share this:
ৰাণু মণ্ডল মানেই যেন এতিয়া ছচিয়েল মিডিয়াত চৰ্চা! এয়াৰপৰ্টত অনুৰাগীৰ সন্মুখত নিজকে অহংকাৰী দেখুওৱা ৰাণু মণ্ডলৰ অন্য এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।  এইবাৰ টিকটক ভিডিঅ’ নিৰ্মাণ কৰি চৰ্চাত ৰাণু মণ্ডল।  যিটো গীত ষ্টেচনত গোৱাৰ পিছত ৰাণুৰ বলীউদ যাত্ৰা সুগম হৈছিল, সেই একেটা গীততে ৰাণু মণ্ডলে এইবাৰ নিৰ্মাণ কৰিছে টিকটক ভিডিঅ’।

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি