মুক্তি পালে ৰাণু মণ্ডলৰ কণ্ঠত ‘তেৰী মেৰী কাহানী’ শীৰ্ষক গীত! এদিনতে অতিক্ৰম কৰিলে ৫ মিলিয়নৰ ঘৰ

ৰাণু মণ্ডল এতিয়া বলীউডৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী হোৱাৰ পথত। অৱশেষত মুকলি হ’ল হিমেশ ৰেশমীয়াৰ সৈতে কণ্ঠদান কৰা তেৰী মেৰী কাহানী শীৰ্ষক গীত

News18-Assam
Updated:September 12, 2019, 8:15 PM IST
মুক্তি পালে ৰাণু মণ্ডলৰ কণ্ঠত ‘তেৰী মেৰী কাহানী’ শীৰ্ষক গীত! এদিনতে অতিক্ৰম কৰিলে ৫ মিলিয়নৰ ঘৰ
ৰাণু মণ্ডল এতিয়া বলীউডৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী হোৱাৰ পথত। অৱশেষত মুকলি হ’ল হিমেশ ৰেশমীয়াৰ সৈতে কণ্ঠদান কৰা তেৰী মেৰী কাহানী শীৰ্ষক গীত
News18-Assam
Updated: September 12, 2019, 8:15 PM IST
ৰাতিৰ ভিতৰত ষ্টাৰ হৈ গ’ল ৰাণু মণ্ডল!  ৰেল ষ্টেচনত ৰাণু মণ্ডলে গোৱা ‘এক প্যাৰ কা নাগমা’ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। আৰু তাৰ পিছত যেন ভাগ্যই সলনি হৈ গ’ল! ৰেল ষ্টেচনৰ পৰা একেবাৰে বলীউড, যেন এক সপোন!

ৰাণু মণ্ডলে কণ্ঠদান কৰা হিমেশ ৰেশমীয়াৰ সংগীত পৰিচালনাত ‘ তেৰী মেৰী কাহানী’ শাৰ্ষক গীতৰ ভিডিঅ’ই অৱশেষত মুক্তি লাভ  কৰিলে। গীতটো মুক্তি হোৱাৰ লগে লগে ছচিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক চৰ্চা। মুক্তিৰ দিনাই গীতটোৱে ইউ টিউৱত অতিক্ৰম কৰিছে ৫ মিলিয়নৰ ঘৰ।

জনপ্ৰিয়তা লাভ কৰিবলৈ এতিয়া বিভিন্নজনে ৰাণু মণ্ডলক অনুকৰণ কৰা দেখা পোৱা গৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি