ৰাণু মণ্ডলৰ নতুন ৰূপ, ছচিয়েল মিডিয়াত ভাইৰেল ফটো

News18-Assam
Updated:November 17, 2019, 7:47 AM IST
ৰাণু মণ্ডলৰ নতুন ৰূপ, ছচিয়েল মিডিয়াত ভাইৰেল ফটো
শেহতীয়াকৈ ৰাণু মণ্ডলে উত্তৰ প্ৰদেশৰ কাণপুৰত এখন বিউটী পাৰ্লাৰৰ এক কাৰ্যসূচীত উপস্থিত হৈছিল। তাত মেকআপ আৰ্টিষ্টে সজাই পৰাই তোলে ৰাণুক।

শেহতীয়াকৈ ৰাণু মণ্ডলে উত্তৰ প্ৰদেশৰ কাণপুৰত এখন বিউটী পাৰ্লাৰৰ এক কাৰ্যসূচীত উপস্থিত হৈছিল। তাত মেকআপ আৰ্টিষ্টে সজাই পৰাই তোলে ৰাণুক।

  • Share this:
ৰে’লৱে ষ্টেচনত গীত গাই পেটৰ ভোক নিবাৰণ কৰা ৰাণু মণ্ডল এতিয়া তাৰকা। নিশাটোৰ ভিতৰতে সকলোৰে চিনাকি হৈ পৰা ৰাণুক হিমেশ ৰেশামিয়াই নিজৰ ছবিত গীত গোৱাৰ সুযোগ দিলে। এতিয়ালৈকে কেইবাটাও গীত গাইছে ৰাণুৱে।

এই সময়ছোৱাত ৰাণু মণ্ডলক বিভিন্নজনে প্ৰশংসা কৰিছে যদিও কিছুমান কথাৰ বাবে সমালোচনাৰো সন্মুখীন হৈছে ৰাণু। কিন্তু শেহতীয়াকৈ ৰাণু মণ্ডল চৰ্চালৈ আহিছে আন এটা কথাৰ বাবে।

ৰাণুৰ কিছুমান ফটো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। যিসমূহ ফটোত ৰাণু মণ্ডলক দেখা গৈছে নতুন ৰূপত। ৰাণুৰ এই নতুন ৰূপৰ বাবে বিভিন্নজনে ট্ৰ’ল কৰিছে ছচিয়েল মিডিয়াত।

চাওক ৰাণু মণ্ডলৰ নতুন ৰূপ :

শেহতীয়াকৈ ৰাণু মণ্ডলে উত্তৰ প্ৰদেশৰ কাণপুৰত এখন বিউটী পাৰ্লাৰৰ এক কাৰ্যসূচীত উপস্থিত হৈছিল। তাত মেকআপ আৰ্টিষ্টে সজাই পৰাই তোলে ৰাণুক।


 কিন্তু ৰাণুৰ এই নতুন লুকছ যেন বহুতৰে পছন্দ হোৱা নাই।


 বিভিন্নজনে বিভিন্নধৰণৰ মিমো প্ৰস্তুত কৰি শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।


ৰাণুৰ এই নতুন লুক ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।


মেকআপ কৰাৰ পিছত ফটোৰ বাবে প’জ ৰাণু মণ্ডলৰ।


নতুন ৰূপত ৰাণু মণ্ডল।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি