দীৰ্ঘ বিৰতিৰ পিছত ৰাণী মুখাৰ্জী, এক শিহৰণকাৰী সঁচা ঘটনাৰ আলম লৈ ডিচেম্বৰত ছবিগৃহলৈ ‘Mardaani2’

News18-Assam
Updated:November 17, 2019, 3:01 PM IST
দীৰ্ঘ বিৰতিৰ পিছত ৰাণী মুখাৰ্জী, এক শিহৰণকাৰী সঁচা ঘটনাৰ আলম লৈ ডিচেম্বৰত ছবিগৃহলৈ ‘Mardaani2’
দীৰ্ঘ বিৰতিৰ পিছত আকৌ ৰূপালী পৰ্দাত চমক দিবলৈ সাজু বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জী

দীৰ্ঘ বিৰতিৰ পিছত আকৌ ৰূপালী পৰ্দাত চমক দিবলৈ সাজু বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জী

  • Share this:
দীৰ্ঘ বিৰতিৰ পিছত আকৌ ৰূপালী পৰ্দাত চমক দিবলৈ সাজু বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জী। য়শ ৰাজ ফিল্মছৰ বেনাৰত গোপী পোথৰানে পৰিচালনা কৰা মৰ্ডানী–২ ছবিখনত অভিনয় কৰিছে ৰাণী মুখাৰ্জীয়ে। আদিত্য চোপ্ৰাই প্ৰযোজনা কৰা ছবি খন অহা ১৩ ডিচেম্বৰত ছবিগৃহলৈ আহিব। যুৱতী নিৰ্যাতন, বলাৎকাৰৰ এক সঁচা কাহিনীৰ আলমলৈ নিৰ্মাণ কৰা হৈছে ৰাণী মুখাৰ্জী অভিনীত নতুন ছবিখন।

চাওক ছবিখনৰ ট্ৰেইলাৰ

আৰু চাওক
পৰৱৰ্তী বাতৰি