মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»‘তুমি মোৰ জীৱনৰ ৰাণী, তোমাৰ হাঁহিয়ে আন্ধাৰো পোহৰ কৰি তুলে’- অভিনেত্ৰী শিল্পা শেট্টীৰ জন্মদিনৰ দিনা ৰোমাণ্টিক প’ষ্ট ৰাজ কুন্দ্ৰাৰ

‘তুমি মোৰ জীৱনৰ ৰাণী, তোমাৰ হাঁহিয়ে আন্ধাৰো পোহৰ কৰি তুলে’- অভিনেত্ৰী শিল্পা শেট্টীৰ জন্মদিনৰ দিনা ৰোমাণ্টিক প’ষ্ট ৰাজ কুন্দ্ৰাৰ

News18 Assam | News18-Assam
Updated:June 8, 2020, 4:50 PM IST
‘তুমি মোৰ জীৱনৰ ৰাণী, তোমাৰ হাঁহিয়ে আন্ধাৰো পোহৰ কৰি তুলে’- অভিনেত্ৰী শিল্পা শেট্টীৰ জন্মদিনৰ দিনা ৰোমাণ্টিক প’ষ্ট ৰাজ কুন্দ্ৰাৰ
Source-Google

ইণ্টাৰনেটত সৰ্বাধিক চৰ্চিত দম্পতিৰ ভিতৰত অন্যতম ৰাজ কুন্দ্ৰা আৰু শিলা শেট্টী।

  • Share this:
৮ জনুত ৪৫ বছৰ বয়সত ভৰি দিলে অভিনেত্ৰী শিল্পা শেট্টীয়ে। কিন্তু এতিয়াও মোহমীয়, আবেদনময়ী শিল্পা। এতিয়াও বহুতৰে সপোনৰ ৰাণী অভিনেত্ৰীগৰাকী। শিল্পা শেট্টী আৰু স্বামী ৰাজ কুন্দা অত্যন্ত সুখী দম্পতি বুলি পৰিচিত। দুয়োৰে মাজৰ বহু আকৰ্ষণীয় ভিডিঅ’ প্ৰায়ে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।

অভিনেত্ৰী শিল্পা শেট্টীৰ জন্মদিনৰ দিনা ৰাজকুন্দাৰ আকৰ্ষণীয় পোষ্টে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। পত্নীৰ জন্মদিনৰ দিনা ৰাজকুন্দাই লিখিছে যে,

‘তোমাৰ ভালপোৱাই মোৰ জীৱন সুন্দৰ কৰি তুলিছে। তোমাৰ হাঁহিয়ে আন্ধাৰো পোহৰ কৰে। কেৱল তুমি মোৰ সন্তানৰ মাতৃল নহয়, তুমি মোৰ জীৱনৰ ৰাণী।’




 





View this post on Instagram




 

To my Darling Wife, You are that woman who transformed my imperfections into perfections, with your love. Just seeing you smile lights up the darkest of days and makes it all worth it. You are not just the mother of my children, but the Queen of my life and heart. I Love you Beyond words. Happy Birthday my jaan @theshilpashetty Your Hubby 😇🥰🤗 #happybirthday #wife #girlfriend


A post shared by Raj Kundra (@rajkundra9) on




First published: June 8, 2020, 4:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি