உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • 'Matthe Te Chamkan'! মুকলি হ'ল ৰাহুল আৰু দিচাৰ বিবাহৰ গীত, ইণ্টাৰনেটত ভাইৰেল

    'Matthe Te Chamkan'! মুকলি হ'ল ৰাহুল আৰু দিচাৰ বিবাহৰ গীত, ইণ্টাৰনেটত ভাইৰেল

    ৰাহুলে ইনষ্টাগ্ৰাম ষ্ট'ৰীজত মাথে তে চামকান শীৰ্ষক ৱেডিং গীতৰ পোষ্টাৰ শ্বেয়াৰ কৰিছিল।

    ৰাহুলে ইনষ্টাগ্ৰাম ষ্ট'ৰীজত মাথে তে চামকান শীৰ্ষক ৱেডিং গীতৰ পোষ্টাৰ শ্বেয়াৰ কৰিছিল।

    ৰাহুলে ইনষ্টাগ্ৰাম ষ্ট'ৰীজত মাথে তে চামকান শীৰ্ষক ৱেডিং গীতৰ পোষ্টাৰ শ্বেয়াৰ কৰিছিল।

    • Share this:
    চেলিব্ৰিটি দম্পতী ৰাহুল বৈদ্য আৰু দিশা পাৰমাৰে আজিৰ দিনটোত মুম্বাইৰ এখন হোটেলত বিবাহ পাশত আৱদ্ধ হৈছে। কেইঘণ্টামানৰ পূৰ্বে ৰাহুলে ইনষ্টাগ্ৰাম ষ্ট'ৰীজত 'Matthe Te Chamkan' শীৰ্ষক ৱেডিং গীতৰ পোষ্টাৰ শ্বেয়াৰ কৰিছিল।



    পোষ্টাৰত দেখা গৈছে যে, দিচাই গহনা থকা লেহেঙ্গা পিন্ধিছে, আনহাতে ৰাহুলক কুৰ্তা পিন্ধা দেখা গৈছে। গাতটোত কণ্ঠদান কৰিছে ৰাহুল আৰু ঐশ্বৰ্য ভাণ্ডাৰীয়ে।



    কিছু সময়ৰ পূৰ্বে ৰাহুল বন্ধু তথা বিগবছৰ সহ-সঞ্চালক এলী গোনীয়ে ইনষ্টাগ্ৰামত ৰাহুলৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি লিখিছে- “Aaj mere yaar ki shaadi hai 😍 #thedishulwedding #raly #alygoni,"




    ইনষ্টাগ্ৰামত বিবাহৰ ভিডিঅ'ৰো কিছু আভাস দিয়া হৈছে। ৰাহুলক তেওঁৰ বন্ধুবৰ্গৰ সৈতে নৃত্য কৰা দেখা যায়। আজিৰ বিশেষ দিনটোৰ বাবে ৰাহুলে সোণালী ৰঙৰ কুৰ্তা পায়জামা পিন্ধিছে। ৰাহুলক সমৰ্থন কৰিবলৈ বিগ বছৰ ঘৰত প্ৰৱেশ কৰা গায়ক তোশী চাবৰীক আনসকলৰ মাজত দৰাৰ সৈতে নৃত্য কৰা দেখা গৈছে। আনহাতে, দিছাই ৰঙা শাৰী আৰু আকৰ্ষণীয় গহনা পিন্ধি প্ৰৱেশ কৰে।
    Published by:Himangshu Bhuyan
    First published: