ৰাভা দিৱসৰ দিনা নন্দী চিষ্টাৰ্চে পৰিৱেশন কৰিলে ‘বিশ্বৰ ছন্দে ছন্দে’, আকৰ্ষণীয় ৰূপত নৃত্য অভিনেত্ৰী মেঘৰঞ্জনীৰ, চাওক Video

News18 Assam | News18-Assam
Updated:June 20, 2020, 2:34 PM IST
ৰাভা দিৱসৰ দিনা নন্দী চিষ্টাৰ্চে পৰিৱেশন কৰিলে ‘বিশ্বৰ ছন্দে ছন্দে’, আকৰ্ষণীয় ৰূপত নৃত্য অভিনেত্ৰী মেঘৰঞ্জনীৰ, চাওক Video
আজি ৰাভা দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মৰণ কৰা হৈছে কলাগুৰুক।

আজি ৰাভা দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মৰণ কৰা হৈছে কলাগুৰুক।

  • Share this:
আজি ৰাভা দিৱস। ৰাভা দিৱসৰ দিনাই কলাগুৰুক স্মৰণ কৰি নন্দী চিষ্টাৰ্চে আকৰ্ষণীয় ৰূপত পৰিৱেশন কৰিলে ‘বিশ্বৰ ছন্দে ছন্দে’। কণ্ঠশিল্পী দুগৰাকীয়ে পৰিৱেশন কৰা গীতৰ তালে তালে আকৰ্ষণীয় ৰূপত নৃত্য কৰিলে জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনীয়ে। ছচিয়েল মিডিয়াত ভিডিঅ’ আপলোড কৰাৰ পিছতে সকলোৱে প্ৰশংসা কৰিছে কণ্ঠশিল্পীদুগৰাকীৰ প্ৰচেষ্টাক।

চাওক ভিডিঅ’

First published: June 20, 2020, 2:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading