আপুনি PUBG খেলে নেকি? যদি খেলে কেতিয়াও নকৰিব এই কাম

News18-Assam
Updated:October 8, 2019, 3:16 PM IST
আপুনি PUBG খেলে নেকি? যদি খেলে কেতিয়াও নকৰিব এই কাম
কোম্পানীয়ে নিজৰ বিবৃতিত কৈছে যে অনধিকাৰ থাৰ্ড পাৰ্টী এপ বা হেক কৰা খেলুৱৈৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা হ’ব।

কোম্পানীয়ে নিজৰ বিবৃতিত কৈছে যে অনধিকাৰ থাৰ্ড পাৰ্টী এপ বা হেক কৰা খেলুৱৈৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা হ’ব।

  • Share this:
PUBG ম’বাইল গেমত চিকেন ডিনাৰ জিকিবলৈ যদি আপুনি কোনো Pubg Hacks and Pubg Cheating কৰে তেন্তে আপোনাৰ বাবে বেয়া খবৰ। কিয়নো ‘চিটিং’ শেষ কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ ঘোষণা কৰিছে PUBG–এ। এনেধৰণৰ খেলুৱৈসকলক ১০ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে, যিয়ে ডেভেল’পাৰ্ছৰ গেমিং ষ্টেণ্ডাৰ্ড উলংঘন কৰে।

কোম্পানীয়ে নিজৰ বিবৃতিত কৈছে যে অনধিকাৰ থাৰ্ড পাৰ্টী এপ বা হেক কৰা খেলুৱৈৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা হ’ব। হেকৰ জৰিয়তে খেলুৱৈ অনুচিত লাভ অৰ্জন কৰে।

খেলুৱৈকো ‘চিটিং’ কৰা গেমৰ বিৰুদ্ধে এই গেম ৰিপ’ৰ্টিগ প্ৰচেছৰ জৰিয়তে ৰিপ’ৰ্ট কৰাৰ অপচন দিয়া হ’ব। ইয়াৰ লগতে চিটিং কৰা খেলুৱৈৰ নাম ৰাজহুৱাও কৰা হ’ব।

PUBG–এ মাহৰ ভিত্তিত সমস্যাৰ সমাধান কৰে, যাতে খেলুৱৈয়ে এক সুন্দৰ খেলৰ পৰিৱেশ লাভ কৰে। এখ অভূতপূৰ্ব পদক্ষেপৰ জৰিয়তে কোম্পানীয়ে ছেপ্টেম্বৰ মহত ৩৫০০তকৈও অধিক খেলুৱৈৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

First published: October 8, 2019, 3:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading