শিশুৰ সৈতে ছুইমিং পুলত ধেমালি প্ৰিয়ংকা চোপ্ৰাৰ, চাওক VIDEO

ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত প্ৰিয়ংকাই লিখিছে – ‘হাম দোনো কিউট হ্যে’।

News18-Assam
Updated:October 17, 2019, 5:57 PM IST
শিশুৰ সৈতে ছুইমিং পুলত ধেমালি প্ৰিয়ংকা চোপ্ৰাৰ, চাওক VIDEO
ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত প্ৰিয়ংকাই লিখিছে – ‘হাম দোনো কিউট হ্যে’।
News18-Assam
Updated: October 17, 2019, 5:57 PM IST
প্ৰিয়ংকা চোপ্ৰা এগৰাকী অতি ব্যস্ত অভিনেত্ৰী। কিন্তু নিজৰ ব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে সময় উলিয়াই লয় প্ৰিয়ংকাই। শেহতীয়াকৈ প্ৰিয়ংকাই এটা অতি সুন্দৰ ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

এই ভিডিঅ’টোত প্ৰিয়ংকাক তেওঁৰ ষ্টাইলিষ্ট দিব্যা জ্যোতিৰ কন্যা কৃষ্ণা স্কাই ছাৰ্কিছিয়নৰ সৈতে ধেমালি কৰি থকা দেখা গৈছে। কৃষ্ণাক কোলাত লৈ কথা পাতি থকা দেখা গৈছে প্ৰিয়ংকাক। ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত প্ৰিয়ংকাই লিখিছে – ‘হাম দোনো কিউট হ্যে’।




 





View this post on Instagram




 

We’re so cute ! @sky.krishna ❤️ #positiveaffirmations #blessednotstressed #girllove 📸 @divya_jyoti


A post shared by Priyanka Chopra Jonas (@priyankachopra) on





NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি