গীতৰ তালে তালে প্ৰিয়ংকা–নিকৰ নৃত্য, কাক এৰিব, কাক চাব! চাওক ভিডিঅ’

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু প্ৰিয়ংকাৰ স্বামী নিক জনচ আজিকালি প্ৰায়ে চৰ্চাত থাকে।

News18-Assam
Updated:September 19, 2019, 5:57 PM IST
গীতৰ তালে তালে প্ৰিয়ংকা–নিকৰ নৃত্য, কাক এৰিব, কাক চাব! চাওক ভিডিঅ’
Source-hindustan times
News18-Assam
Updated: September 19, 2019, 5:57 PM IST
অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু প্ৰিয়ংকাৰ স্বামী নিক জনচ আজিকালি প্ৰায়ে চৰ্চাত থাকে। দুয়ো বিভিন্ন সময়ত কটোৱা বিভিন্ন ৰোমাঞ্চকৰ মুহূৰ্তৰ ফটোও ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।  প্ৰিয়ংকাৰ স্বামী নিক জোনছৰ জন্মদিনৰ দিনা প্ৰিয়ংকা চোপ্ৰাই আয়োজন কৰিছিল এটা পাৰ্টীৰ।



পাৰ্টীৰ প্ৰধান আকৰ্ষণ আছিল দে দে প্যাৰ দে ছবিখনৰ হাউলি হাউলি গীতটোত দেশী গাৰ্ল প্ৰিয়ংকাৰ নাচ। অকল প্ৰিয়ংকাই নহয়, নিক জোনচৰ নৃত্যইও এতিয়া আকৰ্ষিত কৰিছে সকলোকে।



চাওক ভিডিঅ’


আৰু চাওক পৰৱৰ্তী বাতৰি