ছানী লিয়নীক চেৰ পেলালে প্ৰিয়ংকা চোপ্ৰাই!

News18-Assam
Updated:November 21, 2019, 12:28 PM IST
ছানী লিয়নীক চেৰ পেলালে প্ৰিয়ংকা চোপ্ৰাই!
Source-Google

দীৰ্ঘসময় ঘৰি ছানী লিয়নীয়ে শীৰ্ষস্থান দখল কৰি আছিল যদিও, এইবাৰ ছানীক চেৰ পেলালে প্ৰিয়ংকাই

  • News18 Assam
  • Last Updated: November 21, 2019, 12:28 PM IST
  • Share this:
বলীউদৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই চেৰ পেলালে অভিনেত্ৰী ছানী লিয়নীক। ইণ্টাৰনেটত সৰ্বাধিক Search কৰা বলীউদৰ অভিনেত্ৰী হ’ল প্ৰিয়ংকা চোপ্ৰা। দীৰ্ঘসময় ধৰি ছানী লিয়নীয়ে শীৰ্ষস্থান দখল কৰি আছিল যদিও, এইবাৰ ছানীক চেৰ পেলালে প্ৰিয়ংকাই। ২০১৮ চনৰ অক্টোবৰ মাহৰ পৰা ২০১৯ চনৰ অক্টোবৰ মাহলৈকে চলোৱা সমীক্ষাত প্ৰিয়ংকাক ইণ্টাৰনেটত Search কৰিলে ২.৭৪ মিলিয়ন লোকে।

শেহতীয়াকৈ স্কাই ইজ পিংক ছবিখনত অভিনয় কৰা প্ৰিয়ংকা চোপ্ৰা এতিয়া ৰাজকুমাৰ ৰাওৰ সৈতে পৰৱৰ্তী ছবিৰ শ্বুটিঙত ব্যস্ত।
আৰু চাওক
পৰৱৰ্তী বাতৰি