‘Live Concert’ত কোনে kiss কৰিলে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক ? অস্বস্তিত প্ৰিয়ংকা! Video

এইবাৰ আমেৰিকাৰ এক সংগীতৰ অনুষ্ঠানত প্ৰিয়ংকা চোপ্ৰাক ৰাজহুৱা স্থানতে Kiss কৰিলে স্বামী নিক’ জনছে।

News18-Assam
Updated:October 24, 2019, 6:39 PM IST
‘Live Concert’ত কোনে kiss কৰিলে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক ? অস্বস্তিত প্ৰিয়ংকা! Video
এইবাৰ আমেৰিকাৰ এক সংগীতৰ অনুষ্ঠানত প্ৰিয়ংকা চোপ্ৰাক ৰাজহুৱা স্থানতে Kiss কৰিলে স্বামী নিক’ জনছে।
News18-Assam
Updated: October 24, 2019, 6:39 PM IST
আজিকালি প্ৰায়ে চৰ্চাত থাকে বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। নিক’ জোনছৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছৰে পৰা বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই নিজৰ বিতৰ্কিত কাম কাজৰ বাবে প্ৰায়ে সংবাদ শিৰোণাম দখল কৰি আহিছে। এইবাৰ আমেৰিকাৰ এক সংগীতৰ অনুষ্ঠানত প্ৰিয়ংকা চোপ্ৰাক ৰাজহুৱা স্থানতে Kiss কৰিলে স্বামী নিক’ জনছে। পিছত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে নিক জনছে  প্ৰিয়ংকাক ৰাজহুৱা স্থানত চুমা খোৱা ভিডিঅ’। এনেদৰে হৰ্ঠাৎ প্ৰিয়ংকাক চুমা খোৱাৰ ফলত কিছু অস্বস্তিতো পৰে অভিনেত্ৰীগৰাকী।


আৰু চাওক পৰৱৰ্তী বাতৰি