ওঠত ওঠ থৈ নৱবৰ্ষ উদযাপন কৰিলে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে, চাওক Video

News18 Assam | News18-Assam
Updated:January 3, 2020, 1:02 PM IST
ওঠত ওঠ থৈ নৱবৰ্ষ উদযাপন কৰিলে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে, চাওক Video
নতুন বছৰৰ আৰম্ভণিতে ছচিয়েল মিডিয়াত আকৌ চৰ্চা লাভ কৰিছে বলীউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু স্বামী নিক জোনাছ

নতুন বছৰৰ আৰম্ভণিতে ছচিয়েল মিডিয়াত আকৌ চৰ্চা লাভ কৰিছে বলীউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু স্বামী নিক জোনাছ

  • Share this:
নতুন বছৰৰ আৰম্ভণিতে ছচিয়েল মিডিয়াত আকৌ চৰ্চা লাভ কৰিছে বলীউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ স্বামী নিক জোনাছে। আড়ম্বৰপূৰ্ণ ভাবে দুয়ো উদযোপন কৰিলে নৱবৰ্ষ। আনকি নতুন বছৰৰ আৰম্ভণিতে দুয়ো  সাগৰৰ পাৰতো কটালে নিবিড় মুহূৰ্ত।



প্ৰিয়ংকা আৰু নিকে নৱবৰ্ষ উদযাপনৰ ভিডিঅ’ আৰু ফটো এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।




 





View this post on Instagram




 

Melting, melting 😍 The new years kiss 💋😭😍❤️ #nickjonas #priyankachopra #mrandmrsjonas #nickyanka


A post shared by Nick&Priyanka Jonas FC (@nickyanka18) on




আৰু চাওক
পৰৱৰ্তী বাতৰি