YouTubeত ১০০ মিলিয়ন দৰ্শকে চাইছে পাপনৰ এই ভিডিঅ’টো

News18-Assam
Updated:May 24, 2019, 2:58 PM IST
YouTubeত ১০০ মিলিয়ন দৰ্শকে চাইছে পাপনৰ এই ভিডিঅ’টো
পাপনৰ গান বুলি ক’লেই এক সুকীয়া আমেজ। পাপনৰ প্ৰতিটো গানেই চুই যায় প্ৰতিজন শ্ৰোতা–দৰ্শকৰ অন্তৰ। শেহতীয়াকৈ পাপনৰ এটা ভিডিঅ’ই খলকনি তুলিছে YouTubeত। 

পাপনৰ গান বুলি ক’লেই এক সুকীয়া আমেজ। পাপনৰ প্ৰতিটো গানেই চুই যায় প্ৰতিজন শ্ৰোতা–দৰ্শকৰ অন্তৰ। শেহতীয়াকৈ পাপনৰ এটা ভিডিঅ’ই খলকনি তুলিছে YouTubeত। 

  • Share this:
পাপনৰ গান বুলি ক’লেই এক সুকীয়া আমেজ। পাপনৰ প্ৰতিটো গানেই চুই যায় প্ৰতিজন শ্ৰোতা–দৰ্শকৰ অন্তৰ। এক অনন্য আকুলতা আছে পাপনৰ কণ্ঠত। যাৰ বাবেই কোটি কোটি জনতাৰ প্ৰিয় পাপনৰ গান। অসমৰ লগতে বলীউদতো এতিয়া পাপনৰ যথেষ্ট আদৰ আছে। কেইবাখনো বলীউদৰ চিনেমাৰ গানত ইতিমধ্যে পাপনে কণ্ঠ নিগৰাইছে। শেহতীয়াকৈ পাপনৰ এটা ভিডিঅ’ই খলকনি তুলিছে YouTubeত। 
আৰু চাওক
পৰৱৰ্তী বাতৰি