মুকলি হ’ল অৰ্জুন কাপুৰ আৰু কৃতি সেননৰ ‘পানীপট’ৰ ৰোমাণ্টিক গান, চাওক VIDEO

News18 Assam | News18-Assam
Updated:December 2, 2019, 5:24 PM IST
মুকলি হ’ল অৰ্জুন কাপুৰ আৰু কৃতি সেননৰ ‘পানীপট’ৰ ৰোমাণ্টিক গান, চাওক VIDEO
অভিনেতা অৰ্জুন কাপুৰ বৰ্তমান ছবিখনৰ প্ৰমোচনত ব্যস্ত আছে। মাৰাথাসকলৰ বীৰত্বক লৈ নিৰ্মাণ হৈছে এই ছবিখন।

অভিনেতা অৰ্জুন কাপুৰ বৰ্তমান ছবিখনৰ প্ৰমোচনত ব্যস্ত আছে। মাৰাথাসকলৰ বীৰত্বক লৈ নিৰ্মাণ হৈছে এই ছবিখন।

  • Share this:
অভিনেতা অৰ্জুন কাপুৰ আৰু অভিনেত্ৰী কৃতি সেননৰ ছবি ‘পানীপট’ শীঘ্ৰে মুক্তিলাভ কৰিব। আশুতোষ গোৱাৰিকাৰৰ ছবি ‘পানীপট’ত অৰ্জুন কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। খলনায়ক আব্দালীৰ চৰিত্ৰত অভিনয় কৰিছে সঞ্জয় দত্তই। এই ছবিখনৰ ৰোমাণ্টিক গীত ‘স্বপ্না হ্যে ছচ হ্যে’ সোমবাৰে মুকলি হয়। দৰ্শকে ইতিমধ্যে আদৰি লৈছে সুন্দৰ গীতটো। ইউটিউবতো উপলব্ধ হৈছে এই ৰোমাণ্টিক গীতটো।

উল্লেখযোগ্য যে অভিনেতা অৰ্জুন কাপুৰ বৰ্তমান ছবিখনৰ প্ৰমোচনত ব্যস্ত আছে। মাৰাথাসকলৰ বীৰত্বক লৈ নিৰ্মাণ হৈছে এই ছবিখন। শেহতীয়াকৈ অৰ্জুন কাপুৰে ছবিখনৰ সৈতে জড়িত বহু কথা উল্লেখ কৰিছিল এক সাক্ষাৎকাৰত।

চাওক ভিডিঅ’ :

আৰু চাওক পৰৱৰ্তী বাতৰি