உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দুবছৰীয়া কণমানি প্ৰজ্ঞা মেধা কোন? চাওক কণমানিজনীৰ দুটা Viral Video

    ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দুবছৰীয়া কণমানি প্ৰজ্ঞা মেধা কোন? চাওক কণমানিজনীৰ দুটা Viral Video

      কণমানিজনীৰ নাম প্ৰজ্ঞা মেধা, ঘৰ ডিব্ৰুগড়ত

      কণমানিজনীৰ নাম প্ৰজ্ঞা মেধা, ঘৰ ডিব্ৰুগড়ত

      কণমানিজনীৰ নাম প্ৰজ্ঞা মেধা, ঘৰ ডিব্ৰুগড়ত

    • Share this:
    এজনী দুবছৰীয়া মৰমলগী কণমানি। মাতৃৰ সৈতে কণমানিজনীয়ে গোৱা এটা গীতে এতিয়া ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে। কণমানিজনীৰ প্ৰতিভাক একেমুখে স্বীকাৰ কৰিছে বহুতে।  কণমানিজনীৰ নাম প্ৰজ্ঞা মেধা, ঘৰ ডিব্ৰুগড়ত। অনন্য প্ৰতিভাৰ অধিকাৰী মেধাই ইয়াৰ পূৰ্বেও দেশৰ বিশিষ্ট গায়িকা লতা মংগেশকাৰৰ কালজয়ী গীত গাই সৰ্বত্ৰ লাভ কৰিছিল চৰ্চা।



    মাতৃৰ সৈতেও কবীৰ সিং ছবিৰ জনপ্ৰিয় গীত গাইছে কণমানি প্ৰজ্ঞাই।

    Published by:Himangshu Bhuyan
    First published: