ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে সাংসদ-অভিনেত্ৰী নুসৰাত জাহানে, মুহূৰ্তৰ ভিতৰতে ভিডিঅ’ ভাইৰেল

News18 Assam | News18-Assam
Updated:April 25, 2020, 3:53 PM IST
ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে সাংসদ-অভিনেত্ৰী নুসৰাত জাহানে, মুহূৰ্তৰ ভিতৰতে ভিডিঅ’ ভাইৰেল
ব্যস্ততাৰ মাজতো অনুৰাগীৰ বাবে উপহাৰ দিলে বিশেষ ভিডিঅ’

ব্যস্ততাৰ মাজতো অনুৰাগীৰ বাবে উপহাৰ দিলে বিশেষ ভিডিঅ’

  • Share this:
বেংগলী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমুল কংগ্ৰেছৰ লোকসভাৰ সাংসদ নুসৰাত জাহানে প্ৰায়ে ছচিয়েল মিডিয়াত লাভ কৰে ব্যাপক চৰ্চা। এইবাৰ ল’ক ডাউৰ মাজতে টিকটকত আকৰ্ষণীয় ৰূপত নৃত্য কৰিলে সাংসদগৰাকীয়ে।

ল’ক ডাউনৰ মাজতে সাংসদ অভিনেত্ৰী নুসৰাত জাহানে শ্বেয়াৰ কৰা নৃত্যই এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
@nusratchirps##Savage ##savagechallenge ##fyp let’s do it @mimichakraborty86 @srabantigintu my ##savagegirls

♬ Savage - Megan Thee Stallion


আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading