• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Priyanka Chopra-Nick Jonas : প্ৰিয়ংকাক কিয় মিছ কৰিছে স্বামী নিকে? ছচিয়েল মিডিয়াত কিয় মনৰ কথা ক'লে নিক জোনাছে?

Priyanka Chopra-Nick Jonas : প্ৰিয়ংকাক কিয় মিছ কৰিছে স্বামী নিকে? ছচিয়েল মিডিয়াত কিয় মনৰ কথা ক'লে নিক জোনাছে?

file image

file image

প্ৰিয়ংকা বৰ্তমান চিটাডেল (Citadel)ৰ ছুটিঙৰ বাবে লণ্ডনত আছে। লগতে মেট্ৰিক্স-4 (Matrix-4)ৰ কামতো ব্যস্ত থাকিব প্ৰিয়ংকা।

  • Share this:
অলপতে লণ্ডনত নিজৰ পোহনীয়া কুকুৰটোৰ সৈতে ৰ'দৰ উম লৈ থকা ফটো ছেয়াৰ কৰিছিল প্ৰিয়ংকা চোপ্ৰা জোনাছ (Priyanka Chopra Jonas)এ। প্ৰিয়ংকাই নিজৰ সময়খিনি শুন্দৰকৈ উপভোগ কৰি থকা সময়ত আমেৰিকাত থকা স্বামীয়ে বহুতে মিছ কৰিছে পত্নী প্ৰিয়ংকাক। ছচিয়েল মিডিয়াত এখন ধুনীয়া ফটো ছেয়াৰ কৰি নিক জোনাছ(Nick Jonas)এ প্ৰিয়ংকাক এই বাৰ্তা দিয়া কাৰ্যই নিকে প্ৰিয়ংকাক যে সচাকৈ মিছ কৰিছে তাৰেই প্ৰমাণ।

নিকে ২০২০ চনত দুয়ো একেলগে উঠা এক ৰোমাণ্টিক মুহূৰ্তৰ ফটো ছেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। প্ৰথম দৃষ্টিতেই ফটোখনত চকুত পৰা কথাটো হ'ল প্ৰিয়ংকাৰ দেশী লুক। এখন পাতল নীলা আৰু বগা শাৰীৰে মোহময়ী হৈ পৰিছিল প্ৰিয়ংকা। এই ফটোখন ছেয়াৰ কৰি নিকে লিখিলে-"Her. That’s it. That’s the post. Missing my (heart emoji)."

binary comment


প্ৰিয়ংকা বৰ্তমান চিটাডেল (Citadel)ৰ ছুটিঙৰ বাবে লণ্ডনত আছে। লগতে মেট্ৰিক্স-4 (Matrix-4)ৰ কামতো ব্যস্ত থাকিব প্ৰিয়ংকা।
Published by:Manjumoni Borah
First published: