২৪ এপ্ৰিলত ছবিগৃহলৈ নতুন অসমীয়া ছবি ‘লখিমী’, মুম্বাইত মুকলি ছবিখনৰ সংগীত

News18 Assam | News18-Assam
Updated:February 17, 2020, 10:28 AM IST
২৪ এপ্ৰিলত ছবিগৃহলৈ নতুন অসমীয়া ছবি ‘লখিমী’, মুম্বাইত মুকলি ছবিখনৰ সংগীত
দেওবাৰে মুম্বাইত মুকলি কৰা হয় ছবিখনৰ সংগীত

দেওবাৰে মুম্বাইত মুকলি কৰা হয় ছবিখনৰ সংগীত

  • News18 Assam
  • Last Updated: February 17, 2020, 10:28 AM IST
  • Share this:
ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি লখিমী। অহা ২৪ এপ্ৰিলত মুক্তিলাভ কৰিব বিশ্বজিত বৰাৰ পৰিচালনাৰে পলিটিকেল থ্ৰিলাৰ ছবি ‘লখিমী’। দেওবাৰে মুম্বাইত মুকলি কৰা হয় ছবিখনৰ সংগীত। ইতিমধ্যে মুকলি কৰা ছবিখনৰ  টিজাৰে দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।  বহ্নিমান, ৰক্তবীজৰ আদিৰ দৰে ছবিৰ পৰিচালনা কৰা বিশ্বজিৎ বৰা এতিয়া লখিমীকলৈও সম্পূৰ্ণ আশাবাদী।

Published by: Himangshu Bhuyan
First published: February 17, 2020, 10:25 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি