‘ভাৰতবৰ্ষতে হোৱা নাই ‘আমিষ’ৰ দৰে ছবি’ অনুৰাগ কাশ্যপে প্ৰশংসা কৰা অসমীয়া ছবি ‘আমিষ’ৰ ট্ৰেইলাৰ মুকলি

২২ নবেম্বৰত ছবিগৃহলৈ আহিব ভাস্কৰ হাজৰিকাই পৰিচালনা কৰা নতুন অসমীয়া ছবি আমিষ

News18-Assam
Updated:October 31, 2019, 5:18 PM IST
‘ভাৰতবৰ্ষতে হোৱা নাই ‘আমিষ’ৰ দৰে ছবি’ অনুৰাগ কাশ্যপে প্ৰশংসা কৰা অসমীয়া ছবি ‘আমিষ’ৰ ট্ৰেইলাৰ মুকলি
২২ নবেম্বৰত ছবিগৃহলৈ আহিব ভাস্কৰ হাজৰিকাই পৰিচালনা কৰা নতুন অসমীয়া ছবি আমিষ
News18-Assam
Updated: October 31, 2019, 5:18 PM IST
মুকলি হ’ল বহু প্ৰত্যাশিত অসমীয়া ছবি আমিষৰ ট্ৰেইলাৰ। ২২ নবেম্বৰত ছবিগৃহলৈ আহিব ভাস্কৰ হাজৰিকাই পৰিচালনা কৰা নতুন অসমীয়া ছবিখন। ইতিমধ্যে সমগ্ৰ বিশ্ব জুৰি সমাদৃত হৈছে ছবিখন। আমেৰিকাৰ বিখ্যাত চিত্ৰ সমালোচকৰ পৰা আদি কৰি ভাৰতবৰ্ষৰো বহু চলচিত্ৰ সমালোচৰো দৃষ্টি আকৰ্ষণ কৰিছে ভাস্কৰ হাজৰিকাৰ ছবিখনে।

বলীউডৰ বিশিষ্ট ছবি পৰিচালক অনুৰাগ কাশ্যপে ছবিখনক ভাৰতবৰ্ষৰ ভিতৰতে এখন অন্যতম শ্ৰেষ্ঠ ছবি আখ্যা দিছে। আমীষৰ দৰে ছবি ভাৰতবৰ্ষতে হোৱা নাই বুলি  মন্তব্য় কৰিছে আনুৰাগ কাশ্যপে। ছবিখন চাই আপ্লুট হৈ পৰা অনুৰাগ কাশ্যপে ইতিমধ্যে ছবিখন বিতৰণ কৰাৰ দায়িত্ব নিজে কান্ধ পাতি লৈছে।

ছবিখনৰ ট্ৰেইলাৰ

আৰু চাওক পৰৱৰ্তী বাতৰি