உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • স্বামী ৰোহণপ্ৰীতৰ Ex ক মুকলি ধমক নেহা কক্কৰৰ! কল নকৰিবলৈ সকীয়নি! Video Viral

    স্বামী ৰোহণপ্ৰীতৰ Ex ক মুকলি ধমক নেহা কক্কৰৰ! কল নকৰিবলৈ সকীয়নি! Video Viral

    নিজৰ ইনষ্টাগ্ৰামত নেহা কক্কৰে এটা ভিডিও শ্বেয়াৰ কৰিছে। ইয়াত তেওঁ স্বামী ৰোহণপ্ৰীতক মৃদুকৈ ধমকি দিয়াৰ লগতে এক্সক কল নকৰিবলৈ সকীয়াই দিছে। আচলতে এইটো এটা গীতৰ প্ৰমচন।

    • Share this:
    জনপ্ৰিয় গায়িকা নেহা কক্কৰ (Neha Kakkar) ছচিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় আৰপ দিন–প্ৰতিদিন তেওঁ নিজৰ ছবি আৰু ভিডিও শ্বেয়াৰ কৰি থকা দেখা যায়। স্বামী ৰোহণপ্ৰীতৰ সৈতেও নেহাই ভালেকেইটা ভিডিও শ্বেয়াৰ কৰিছে। শেহতীয়াকৈ নেহাই এনে এটা ভিডিও শ্বেয়াৰ কৰিছে পিছে ইয়াত মৰমৰ সলনি নেহাই স্বামীক দিছে ধমক!

    নেহা কক্কৰে ইনষ্টাগ্ৰামত আপলোড কৰা ভিডিওটো যথেষ্ট ভাইৰেল হৈছে। এই ভিডিওটোত নেহাই স্বামীক নিজৰ প্ৰাক্তন প্ৰেয়সীক কল নকৰিবলৈ সকিয়াই দিছে। লগতে এক্সকো দিছে ধমক। ভিডিওটো আচলতে সঁচা ছবি নহয় বৰং ৰোহণপ্ৰীতৰ নতুন গীত এটাৰ প্ৰমচনহে। ৰোহণপ্ৰীত আৰু নেহাই ‘এক্স কলিং’ নামৰ গীতটিত ভাব মিলোৱা দেখা গ’ল।

    উল্লেখ্য যে, নেহাই নিজৰ ছচিয়েল মিডিয়াত গীতৰ প্ৰমচনৰ নতুন নতুন ধৰণ ব্যৱহাৰ কৰি আহিছে।
    First published: