• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বিবাহৰ ৬ মাহৰ পিছতেই হঠাৎ আৰম্ভ নেহা আৰু ৰোহানপ্ৰীতৰ কাজিয়া! ছচিয়েল মিডিয়াত ভাইৰেল

বিবাহৰ ৬ মাহৰ পিছতেই হঠাৎ আৰম্ভ নেহা আৰু ৰোহানপ্ৰীতৰ কাজিয়া! ছচিয়েল মিডিয়াত ভাইৰেল

বিগত বৰ্ষত বিবাহ পাশত আৱদ্ধ হোৱা নেহা কক্কৰ আৰু ৰোহনপ্ৰীতৰ মাজত আৰম্ভ হৈছে কাজিয়া। আনকি হৈছে  মাৰ-পিটো । ভাইৰেল ভিডিওক লৈ চৰ্চা নেহা-ৰোহান।

  • Share this:
যাদুকৰী কণ্ঠৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱা গায়িকা নেহা কক্কৰে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হয়। ছচিয়েল মিডিয়াত প্ৰায়েই এক্টিভ হৈ থকা  নেহাৰ এটা বিশেষ ভিডিওক লৈ চৌদিশে আৰম্ভ হৈছে ব্যাপক চৰ্চা ।

৬ মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা নেহাৰ সাংসাৰিক জীৱনত আৰম্ভ হৈছে নেকি কাজিয়া? তাক লৈ উত্থাপিত হৈছে বহু প্ৰশ্নৰ। দৰাচলতে শেহতীয়া এটা ভিডিওত নেহা কক্কৰ আৰু তেওঁৰ স্বামী ৰোহনপ্ৰীতক কাজিয়াত লিপ্ত হোৱা দেখা গৈছে। কাজিয়াই নহয়, ইজনে আনজনৰ ওপৰত উঠাইছে হাতো। কিন্তু ইয়াক লৈ আপুনি চিন্তিত হোৱাৰ প্ৰয়োজন নাই কিয়নো এয়া কোনো ৰিয়েল লাইফৰ খবৰ নহয়, এয়া হৈছে ৰিল লাইফৰহে দৃশ্য়!

নেহা আৰু ৰোহনৰ এই কাজিয়া মৰমৰ! এই ভিডিওৰ জৰিয়তে নেহাই  ১৮ মে'ত মুক্তি লাভ কৰিবলগীয়া তেওঁলোকৰ আন এটি মিউজিক ভিডিওৰ কথাহে ক'ব বিচাৰিছে।  "খাদ টু মে' দশা" শীৰ্ষক মিউজিক ভিডিওৰ প্ৰচাৰৰ বাবেই নেহাই ইনষ্টাগ্ৰামত আপলোড কৰিছিল এই ভিডিও।

উল্লেখ্য যে, নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙক ইয়াৰ পূৰ্বেও 'নেহু দা বিয়াহ' আৰু 'খ্যাল ৰাখ্যা কাৰ'ৰ দৰে গীতৰ ভিডিওটো একেলগে দেখিবলৈ পোৱা গৈছিল । ইপিনে 'নেহু দা বিয়াহ' গীতটোৰ দৃশ্যগ্ৰহণৰ সময়তে দুয়োজনৰ প্ৰেমকাহিনী আৰম্ভ হৈছিল আৰু ইয়াৰ পিছত নেহা আৰু ৰোহনপ্ৰীতে ২০২০ চনৰ ২৪ অক্টোবৰত বিবাহ পাশত আৱদ্ধ হৈছিল ।
Published by:Himangshu Bhuyan
First published: