• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • গাড়ীৰ ভিতৰত এয়া কি কৰিছে নেহা কক্কৰে? মুহূৰ্তৰ ভিতৰতে ভাইৰেল ভিডিঅ’

গাড়ীৰ ভিতৰত এয়া কি কৰিছে নেহা কক্কৰে? মুহূৰ্তৰ ভিতৰতে ভাইৰেল ভিডিঅ’

ইয়াৰ পূৰ্বে উদিন নাৰায়ণৰ পুত্ৰ আদিত্য নাৰায়ণৰ সৈতে নাম সাঙোৰ খাই ভাইৰৈল হৈছিল নেহা।

ইয়াৰ পূৰ্বে উদিন নাৰায়ণৰ পুত্ৰ আদিত্য নাৰায়ণৰ সৈতে নাম সাঙোৰ খাই ভাইৰৈল হৈছিল নেহা।

ইয়াৰ পূৰ্বে উদিন নাৰায়ণৰ পুত্ৰ আদিত্য নাৰায়ণৰ সৈতে নাম সাঙোৰ খাই ভাইৰৈল হৈছিল নেহা।

  • Share this:
ছচিয়েল মিডিয়াত ভাইৰেল বলীউদৰ জনপ্ৰিয় গায়িকা নেহা কক্কৰৰ এটা ভিডিঅ’। মাজে মাজে ইনষ্টাগ্ৰাম, ফেচবুকত ভিডিঅ’ শ্বেয়াৰ কৰি থাকে নেহাই। লকডাউনৰ সময়ত অনুৰাগীসকলৰ ওচৰলৈ যোৱাৰ তাৰকাসকলৰ মাধ্যম হৈ পৰিছে ছচিয়েল মিডিয়া।

লকডাউন এতিয়া শিথিল হৈছে। লাহে লাহে স্বাভাৱিক অৱস্থালৈ আহিছে দেশ। তাৰকাসকলেও লাহে লাহে উভতিছে পুৰণি অভ্যাসলৈ।

এনে সময়তে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিলে নেহা কক্কৰে। ভিডিঅ’টোত নেহাক আকৰ্ষণীয় পোছাকত গাড়ীৰ ভিতৰতে বহি গীতৰ তালে তালে নাচিছে।



ইয়াৰ পূৰ্বে উদিন নাৰায়ণৰ পুত্ৰ আদিত্য নাৰায়ণৰ সৈতে নাম সাঙোৰ খাই ভাইৰৈল হৈছিল নেহা। আদিত্যৰ সৈতে নেহাৰ বিয়াৰ কথাও চৰ্চা হৈছিল সামাজিক মাধ্যমত। কিন্তু সেয়া আছিল এক গুজব।
Published by:Sanjay Kumar Das
First published: