• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • গাড়ীৰ ভিতৰতে এই ৰূপত কিয়? ভাইৰেল হ’ল নেহা কক্কৰ! চাওক Video

গাড়ীৰ ভিতৰতে এই ৰূপত কিয়? ভাইৰেল হ’ল নেহা কক্কৰ! চাওক Video

ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে কণ্ঠশিল্পী নেহা কক্কৰৰ বিশেষ ভিডিঅ’।

ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে কণ্ঠশিল্পী নেহা কক্কৰৰ বিশেষ ভিডিঅ’।

ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে কণ্ঠশিল্পী নেহা কক্কৰৰ বিশেষ ভিডিঅ’।

  • Share this:
ছচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰ। মাজে মাজে ইনষ্টাগ্ৰাম, ফেচবুকতো কণ্ঠশিল্পীগৰাকীয়ে শ্বেয়াৰ কৰে বিশেষ ভিডিঅ’। ল’ক ডাউনৰ সময়তো নেহাই বিভিন্ন আকৰ্ষণীয় ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি আপ্লুত কৰি আহিছে তেওঁৰ অনুৰাগীসকলক।

এতিয়া ল’ক ডাউৰ পিছত লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে দেশবাসী। ঠিক এই সময়তে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিলে কণ্ঠশিল্পীগৰাকীয়ে। গাড়ীৰ ভিতৰত মোহময়ী নেহাৰ ভিডিঅ’ দেখি বহুতে কৰিলে বিভিন্ন ধৰণৰ মন্তব্য।




আনকি কণ্ঠশিল্পীগৰাকীয়ে গাড়ীৰ ভিতৰত নৃত্য কৰা এটা বিশেষ ভিডিঅ’ও শ্বেয়াৰ কৰিলে ছচিয়েল মিডিয়াত। ইয়াৰ পূৰ্বে উদিত নাৰায়ণৰ পুত্ৰ আদিত্য নাৰায়ণৰ সৈতে সম্পৰ্ক থকা বুলি অত্যন্ত চৰ্চিত হৈছিল নেহা।
Published by:Himangshu Bhuyan
First published: